🟢তথাকথিত হাদীস ও সুন্নাহঃ শয়তানী উদ্ভাবন (So-called Hadith and Sunna: Satanic Innovations) 🔵ইছলাম দ্বীন (Submission to God alone) ভয়াৱহভাৱে বিনষ্ট হৈছে। চাওঁক আজি মুছলিমৰ অৱস্থা কি? ।।বিস্তৃত ভাৱে পঢ়ক।। ⬇️ 🟢তথাকথিত হাদীস ও সুন্নাহঃ শয়তানী উদ্ভাবন (So-called Hadith and Sunna: Satanic Innovations) আল্লাহ আৰু তেওঁৰ আয়াত বাদে অন্য কোন হাদীস সিহঁতে বিশ্বাস কৰে? [৪৫:৬] (Which Hadith other than GOD and His revelations do they believe? [45:6]) কোৰআন বানোয়াট হাদীস নহয়; ...ইয়াত সকলো বিস্তাৰিত আছে। [12:111] (The Quran is not fabricated Hadith; ...It details everything. [12:111]) কিছু লোকে অন্যক আল্লাহৰ পথৰ পৰা বিচ্যুত কৰাৰ বাবে অনর্থক তথাকথিত হাদিসক সমর্থন কৰে-৩১:৬ (Some people uphold vain Hadith to divert others from the path of God [31:6]) অনুসৰণযোগ্য একমাত্র সুন্নাহ হৈছে আল্লাহৰ সুন্না [১৭:৭৭, ৩৩:৬২, ৪৮:২৩, ৬:১১৪] (The Only Sunna to follow shall be God's Sunna [17:77, 33:62, 48:23, 6:114]) (PL SEE THE ABOVE VERSES IN THE LINK: https://shorturl.at/swAS9 ) . ✔️ক...
Comments
Post a Comment