Ahsanal Hadith-1(sl.1-sl.5)
سَلَامٌ عَلَيْكُمْ(6:54) أَعُوْذُ بِاللّٰهِ مِنَ الشَّيْطٰانِ الرَّجِيْمِ(16:98) رَبِّ أَعُوذُ بِكَ مِنْ هَمَزَاتِ الشَّيَاطِينِ وَأَعُوذُ بِكَ رَبِّ أَنْ يَحْضُرُونِ (23:97-98) . بِسْمِ اللَّهِ الرَّحْمَـٰنِ الرَّحِيمِ (আৰম্ভ কৰিছো) এল্লাহৰ📌 নামত যি পৰম কৰুণাময়, অতি দয়ালু। In (the) name-bis'miبِسْمِ (of) E'llah,l-lahiاللَّهِ the Most Gracious,l-raḥmāniالرَّحْمَن the Most Merciful.l-raḥīmiالرَّحِيمِ (📌-কিয় এল্লাহ শেষত চাব) এইটো কোৰআন মুজিদৰ চুৰা ফাতেহাৰ প্ৰথম আয়াত। . আমি এই লিখনিৰ নামাকৰণ কৰিছো "আহছানাল-হাদিস" নামেৰে। হাদিস মানে কি? হাদিস আৰু চুন্নাহ বুলিলে আমাৰ মনলৈ তাতক্ষণিক ভাৱে বুখাৰি, মুছলিম, আবু দাউদ, নাচাঈ বা মজহৱবোৰৰ ঈমামসকলে সংগ্ৰহ কৰা গ্ৰন্থবোৰৰ কথাই মনলৈ আহে আৰু তাত থকা কথা আৰু কামবোৰ মহম্মদৰ আঃছাঃ বুলি জানি আহিছো। আমি সময় সাপেক্ষে এইবোৰ মাজে মাজে আলোচনা কৰিম। . হাদিস মানে কথা, ঘটনা, বাণী, বৃত্তান্ত, কথা-বতৰা, সংবাদ, কাহিনী ইত্যাদি। আৰু এইবিলাকে যেতিয়া ব্যৱহাৰিক ৰূপ লয় তেতিয়া তাক কোৱা হয় চুন্নত। হাদিস আৰু চুন্নাহ বুলিলে সচৰাচৰ আমি নবী মহম্মদে(আঃছাঃ?...