Ahsanal Hadith-(sl.06-sl.09)
Fb saved link:
ক্ৰমিক নংঃ-6-(যোৱা সংখ্যাৰ পিছৰ পৰা...)
🔴"আহছানাল-হাদিস"
⬇⬇
বিশ্বব্রহ্মাণ্ডৰ সকলো ক্ষেত্ৰতেই একমাত্ৰ এল্লাহৰ হুকুম চলে। এই হুকুমৰ অধিকাৰ তেওঁ কাকো দিয়া নাই, আনকি কোনো ৰছুলকো। মহম্মদে(আঃছাঃ) কাকো ক'ব নোৱাৰেযে "লা ইলাহা ইলল্লাহ-لاَ إِلَهَ إِلاَّ اللَّ-" পঢ়ি দিলেই দুজখৰ জুই নুমাই যাব(প্ৰক্ষাৰন্তে জন্নতৰ দৰজা যেন খুল খাই যাব)( "Allah has forbidden the (Hell) fire for those who say, 'None has the right to be worshipped but Allah')। এইবোৰ সহীৰ নামত কোৰআনৰ লগত পৰস্পৰবিৰোধী (contradictory) হাদিস📌।
মিছা বেহেস্তৰ লোভ দেখুৱাই যিদৰে বুখাৰি চাহাবহঁতে ৰছুলৰ নামত মিছাক সহীৰ লেবেল মাৰিছিল তেনেকৈ চুফীবাদো তেনে এটা তৰীকা📌।
চুফীবাদৰ এটা উদাহৰণ, যিটো কোৰআনৰ লগত পৰস্পৰবিৰোধী(contradictory):-
"Submission and allegiance to a sheikh
In Sufism, the Sheikh (or Wali) is given a similar standing as that of a Catholic Saint, or the Dalai Lama.
A complete bond of submission is formed between the head of the Sufi order (the ‘Sheikh’) and the Mureed (follower). This takes place during the Covenant ceremony. During this ceremony, which is common among all Sufi orders, the follower pledges complete and unconditional allegiance, obedience and loyalty to the sheikh. Any questions are deemed as a betrayal of trust. The follower must submit to the will of the sheikh and to obey him in all his orders and advice, without ever questioning him!
After that the sheikh recites:
Those who pledge allegiance to you are in fact pledging allegiance to God. 48:10
The words in 48:10 are clearly taken out of context(🌻 📌). These words do not speak about allegiance to any Sufi sheikh, but in this verse God is addressing prophet Muhammad regarding those who pledged their allegiance to him during one of the battles. The words that follow in verses 11 and 12 confirm this matter.
As for full life long allegiance and submission, the Quran preaches total allegiance and submission to none other than God. The idea of needing a sheikh to guide us and deliver us from harm is an invitation to idol worship. A true believer knows that he needs none other than God."(🌻কোৰআন বৰ্ণনাৰ বাবে বিষয়বস্তু আৰু প্রসঙ্গ-content and context অত্যন্ত জৰুৰী যাৰ অবিহনে কোৰআন বুজিব নোৱাৰে)।
.
আমি আলোচনা কৰিছিলো "চুন্নাতুল্লাহ"ৰ ওপৰত। ইয়াৰ দ্বাৰা এল্লাহে চাৰি প্ৰকাৰে গোটেই কোৰআন মুজিদক নিজৰ মুঠিত ৰাখিছে। "চুন্নাতুল্লাহ"ৰ কোনো পৰিবৰ্তন নাই, আগৰ নবী/ৰছুল📌📙পৰা মহম্মদ আঃছাঃলৈ একেই আছে।(📙নবী আৰু ৰছুল মিল/অমিল বোৰ পাছলৈ থাকিল)।
.
(📌=এই চিহ্ন থকাবোৰ পিছলৈ আলোচনা কৰা হ'ব)।
.
🔵(হাদিসৰ অনুসন্ধানত)
✈comp✈edit✈writer✈syedraf✈
.
(লিখনীৰ আঁৰৰ বিশেষজ্ঞসকলঃ
মুক্তাবুল হুছেইন(ভাৰত), ছুৱেব আব্দুল্লাহি(ঘানা), ৱাহিদুজ্জ জামান(বাংলাদেশ), মহম্মদ শেখ (নিউয়ৰ্ক)।
ক্ৰমশঃ...
......
🇮🇳🔴🇮🇳IMP MANY COMMENTS IN DS SL-7 FB POST. LINK BELOW AND TO BE CORRECTED AS COMMENTS DIRECTED-SYEDRAF.
⬇⬇⬇⬇
ক্ৰমিক নংঃ-7-(যোৱা সংখ্যাৰ পিছৰ পৰা...)
🔴"আহছানাল-হাদিস"
⬇⬇
কোৰআনৰ আয়াত এল্লাহৰ, কোৰআনৰ চুৰা এল্লাহৰ, কোৰআনৰ ছাৰিআহ এল্লাহৰ, কিতাপ মানে কোৰআন এল্লাহৰ, এইবোৰৰ এটাও ইফাল-সিফাল হ'ব নোৱাৰে। যি য'ত যেনেকৈয়ে কোৰআনত দেখিছে তেনেকৈয়ে মহম্মদৰ (আঃছাঃ) ওপৰত জিব্ৰীল (আঃছাঃ) জৰীয়তে নাজিল হৈছিল ঠিক তেনেকৈয়ে কোৰআনত আছে আৰু ছাৰিআহ কোৰআনৰ বাহিৰত বাহিৰা কিতাপৰ পৰা পালন কৰাৰ অনুমতি এল্লাহে কাকো দিয়া নাই। বহুতে কোৱাঁৰ দৰে কোৰআন মহম্মদে (আঃছাঃ) নিজ ইচ্ছাত সংকলন কৰা নাছিল। ৰছুলৰ কাম কেৱল ৱহী প্ৰচাৰ কৰা। মনত ৰাখিব লাগিবযে মহম্মদ আঃছা ৰছুলৰ উপৰিও নবী আছিল। ইফালে বহুতে কোৱাঁৰ দৰে মহম্মদ আঃছা শেষ ৰছুল নহয়।
এতিয়া তলৰ আয়াত কেইটা মন কৰকঃ
তলৰ আয়াত কেইটাই উক্ত কথাৰ প্ৰমাণ দিবঃ
1- আয়াতুল্লাহ(آيَاتُ اللَّهِ):-
١٠١:٣
وَكَيْفَ تَكْفُرُونَ وَأَنْتُمْ تُتْلَىٰ عَلَيْكُمْ ✔آيَاتُ اللَّهِ وَفِيكُمْ رَسُولُهُ ۗ وَمَنْ يَعْتَصِمْ بِاللَّهِ فَقَدْ هُدِيَ إِلَىٰ صِرَاطٍ مُسْتَقِيمٍ
৩:১০১
আৰু কেনেকৈ তোমালোকে কুফৰী কৰা অথচ আল্লাহৰ আয়াতসমূহ তোমালোকৰ ওচৰত তিলাৱাত কৰা হয় আৰু তোমালোকৰ মাজত তেওঁৰ ৰাছুল আছে? আৰু যি ব্যক্তি আল্লাহক দৃঢ়ভাৱে অৱলম্বন কৰিব সি নিশ্চয় সৰল পথৰ হিদায়তপ্ৰাপ্ত হ’ব।
.
2-চুৰাতুল্লাহ(and We (have) revealed(wa-anzalnā-وَأَنْزَلْنَا):-
١:٢٤
✔سُورَةٌ أَنْزَلْنَاهَا وَفَرَضْنَاهَا ✔وَأَنْزَلْنَا فِيهَا آيَاتٍ بَيِّنَاتٍ لَعَلَّكُمْ تَذَكَّرُونَ
২৪:১
এইটো এটা ছুৰা, এইটো আমি অৱতীৰ্ণ কৰিছো আৰু ইয়াৰ বিধানক আমি অৱশ্য পালনীয় কৰিছো, আৰু ইয়াত আমি অৱতীৰ্ণ কৰিছে সুস্পষ্ট আয়াতসমূহ যাতে তোমালোকে উপদেশ গ্ৰহণ কৰা।
.
3-কিতাবুল্লাহ(كِتَابَ اللَّهِ):-
١٠١:٢
وَلَمَّا جَاءَهُمْ رَسُولٌ مِنْ عِنْدِ اللَّهِ مُصَدِّقٌ لِمَا مَعَهُمْ نَبَذَ فَرِيقٌ مِنَ الَّذِينَ أُوتُوا الْكِتَابَ ✔كِتَابَ اللَّهِ وَرَاءَ ظُهُورِهِمْ كَأَنَّهُمْ لَا يَعْلَمُونَ
২:১০১
আৰু যেতিয়া আল্লাহৰ তৰফৰ পৰা সিহঁতৰ ওচৰত এজন ৰাছুল আহিলে, সিহঁতৰ ওচৰত যি আছে তাৰ সত্যায়নকাৰী হিচাপে, তেতিয়া কিতাবীসকলৰ এটা দলে আল্লাহৰ কিতাবক পিছফালে দলিয়াই দিলে, যেনিবা সিহঁতে একোৱেই নাজানে।
.
4-ছাৰিআতিল্লাহ(We put you-jaʿalnākaجَعَلْنَاكَ)
١٨:٤٥
ثُمَّ ✔جَعَلْنَاكَ عَلَىٰ ✔شَرِيعَةٍ مِنَ الْأَمْرِ فَاتَّبِعْهَا وَلَا تَتَّبِعْ أَهْوَاءَ الَّذِينَ لَا يَعْلَمُونَ
৪৫:১৮
তাৰ পিছত আমি তোমাক প্ৰতিষ্ঠিত কৰিছো দ্বীনৰ বিশেষ বিধানৰ ওপৰত; এতেকে তুমি তাৰেই অনুসৰণ কৰা। যিসকলে নাজানে সিহঁতৰ প্ৰবৃত্তিৰ অনুসৰণ নকৰিবা।
.
উক্ত নটিচবোৰ মানুহৰ মাজত প্ৰচাৰ কৰাই ৰছুলৰ একমাত্ৰ কাম যিবোৰ চুন্নাতুল্লাহঃ-
⬇⬇
৯৮:২-৩
٢:٩٨
رَسُولٌ مِنَ اللَّهِ يَتْلُو صُحُفًا مُطَهَّرَةً
৯৮:২
আল্লাহৰ তৰফৰ পৰা এজন ৰাছুল, যিজনে তিলাৱাত কৰি শুনাব পৱিত্ৰ পত্ৰসমূহ,
.
٣:٩٨
فِيهَا كُتُبٌ قَيِّمَةٌ
৯৮:৩
য’ত আছে সঠিক বিধিবদ্ধ বিধান।
.
١٥٤:٣
ثُمَّ أَنْزَلَ عَلَيْكُمْ مِنْ بَعْدِ الْغَمِّ أَمَنَةً نُعَاسًا يَغْشَىٰ طَائِفَةً مِنْكُمْ ۖ وَطَائِفَةٌ قَدْ أَهَمَّتْهُمْ أَنْفُسُهُمْ يَظُنُّونَ بِاللَّهِ غَيْرَ الْحَقِّ ظَنَّ الْجَاهِلِيَّةِ ۖ يَقُولُونَ هَلْ لَنَا مِنَ الْأَمْرِ مِنْ شَيْءٍ ۗ قُلْ إِنَّ الْأَمْرَ كُلَّهُ لِلَّهِ ۗ يُخْفُونَ فِي أَنْفُسِهِمْ مَا لَا يُبْدُونَ لَكَ ۖ يَقُولُونَ لَوْ كَانَ لَنَا مِنَ الْأَمْرِ شَيْءٌ مَا قُتِلْنَا هَاهُنَا ۗ قُلْ لَوْ كُنْتُمْ فِي بُيُوتِكُمْ لَبَرَزَ الَّذِينَ كُتِبَ عَلَيْهِمُ الْقَتْلُ إِلَىٰ مَضَاجِعِهِمْ ۖ وَلِيَبْتَلِيَ اللَّهُ مَا فِي صُدُورِكُمْ وَلِيُمَحِّصَ مَا فِي قُلُوبِكُمْ ۗ وَاللَّهُ عَلِيمٌ بِذَاتِ الصُّدُورِ
৩:১৫৪
দুখৰ পিছত তেওঁ তোমালোকক তন্দ্ৰাৰূপে প্ৰশান্তি প্ৰদান কৰিলে, যিটো তোমালোকৰ এটা দলক আচ্ছন্ন কৰিছিল আৰু এটা দলে অজ্ঞতা যুগৰ অজ্ঞতাৰ দৰে আল্লাহ সম্পৰ্কে অবাস্তৱ ধাৰণা কৰি নিজেই নিজকে উদ্বিগ্ন কৰিছিল এই কথা কৈ যে, ‘আমাৰো কিবা অধিকাৰ আছেনে? কোৱা, ‘সকলো বিষয় আল্লাহৰেই ইখতিয়াৰত’। সিহঁতে যিটো তোমাৰ ওচৰত প্ৰকাশ নকৰে, সেয়া সিহঁতে অন্তৰত গোপন ৰাখে। সিহঁতে কয়, ‘এই বিষয়ে আমাৰ কিবা অধিকাৰ থাকিলে আমি ইয়াত এইদৰে নিহত নহলোহেঁতেন’। কোৱা, ‘যদি তোমালোকে নিজ ঘৰতো অৱস্থান কৰিলাহেঁতেন তথাপিও নিহত হোৱা যিসকলৰ বাবে অৱধাৰিত আছিল সিহঁতে নিজৰ মৃত্যুস্থানত ওলাই আহিলেহেঁতেন’। এইটো এই বাবে যে, তোমালোকৰ অন্তৰত যি আছে সেয়া যাতে আল্লাহে পৰীক্ষা কৰে আৰু তোমালোকৰ মনত যি আছে সেয়া পৰিশোধন কৰে; আৰু অন্তৰত যি আছে সেই সম্পৰ্কে আল্লাহ সবিশেষ অৱগত।
.
২২:৫-৬
٥:٢٢
يَا أَيُّهَا النَّاسُ إِنْ كُنْتُمْ فِي رَيْبٍ مِنَ الْبَعْثِ فَإِنَّا خَلَقْنَاكُمْ مِنْ تُرَابٍ ثُمَّ مِنْ نُطْفَةٍ ثُمَّ مِنْ عَلَقَةٍ ثُمَّ مِنْ مُضْغَةٍ مُخَلَّقَةٍ وَغَيْرِ مُخَلَّقَةٍ لِنُبَيِّنَ لَكُمْ ۚ وَنُقِرُّ فِي الْأَرْحَامِ مَا نَشَاءُ إِلَىٰ أَجَلٍ مُسَمًّى ثُمَّ نُخْرِجُكُمْ طِفْلًا ثُمَّ لِتَبْلُغُوا أَشُدَّكُمْ ۖ وَمِنْكُمْ مَنْ يُتَوَفَّىٰ وَمِنْكُمْ مَنْ يُرَدُّ إِلَىٰ أَرْذَلِ الْعُمُرِ لِكَيْلَا يَعْلَمَ مِنْ بَعْدِ عِلْمٍ شَيْئًا ۚ وَتَرَى الْأَرْضَ هَامِدَةً فَإِذَا أَنْزَلْنَا عَلَيْهَا الْمَاءَ اهْتَزَّتْ وَرَبَتْ وَأَنْبَتَتْ مِنْ كُلِّ زَوْجٍ بَهِيجٍ
২২:৫
হে মানৱ! যদি তোমালোকে পুনৰুত্থান সম্পৰ্কে সন্দেহত আছা তেন্তে জানি থোৱা, আমি(🇮🇳) তোমালোকক সৃষ্টি কৰিছো মাটিৰ পৰা, তাৰ পিছত শুক্ৰকীটৰ পৰা, তাৰ পিছত আলাক্বাৰ পৰা, তাৰ পিছত পূৰ্ণাকৃতি অথবা অপূৰ্ণাকৃতি মাংসপিণ্ডৰ পৰা—যাতে আমি বিষয়টো তোমালোকৰ ওচৰত সুস্পষ্টৰূপে প্ৰকাশ কৰি দিওঁ। আমাৰ ইচ্ছানুসৰি সেয়া (শুক্ৰকীটক) এটা নিৰ্দিষ্ট সময়ৰ বাবে মাতৃগৰ্ভত স্থিত ৰাখো, তাৰ পিছত আমি তোমালোকক শিশুৰূপে ওলাই আনো। যাতে তোমালোকে প্ৰাপ্তবয়সত উপনীত হোৱা। তোমালোকৰ মাজৰ কিছুমানক (আগতেই) মৃত্যু দিয়া হয় আকৌ আন কিছুমানক বুঢ়া বয়সৰ জৰাজীৰ্ণ অৱস্থালৈ প্ৰত্যাৰ্পণ কৰা হয়, যাৰ ফলত সি জনাৰ পিছতো একো নজনা হৈ পৰে। তুমি দেখা পোৱা যে, ভূমিখন শুকান হৈ পৰি আছে, তাৰ পিছত আমি তাত পানী বৰ্ষণ কৰো ফলত সেয়া সজীৱ হৈ ঠন ধৰি উঠে আৰু সকলো ধৰণৰ সুদৃশ্য উদ্ভিদ উৎপন্ন হয়;
.
٦:٢٢
ذَٰلِكَ بِأَنَّ اللَّهَ هُوَ الْحَقُّ وَأَنَّهُ يُحْيِي الْمَوْتَىٰ وَأَنَّهُ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ
২২:৬
এইটো এই বাবে যে, আল্লাহেই সত্য আৰু তেৱেঁই মৃতক জীৱিত কৰে আৰু তেওঁ সকলো বস্তুৰ ওপৰত ক্ষমতাবান;
.
(🇮🇳মই/আমি=এল্লাহ)
.
🔵(হাদিসৰ অনুসন্ধানত)
✈comp✈edit✈writer✈syedraf✈
.
(লিখনীৰ আঁৰৰ বিশেষজ্ঞসকলঃ
মুক্তাবুল হুছেইন(ভাৰত), ছুৱেব আব্দুল্লাহি(ঘানা), ৱাহিদুজ্জ জামান(বাংলাদেশ), মহম্মদ শেখ (নিউয়ৰ্ক)।
ক্ৰমশঃ...
FB -
......
ক্ৰমিক নংঃ-8-(যোৱা সংখ্যাৰ পিছৰ পৰা...)
🔴"আহছানাল-হাদিস"
⬇⬇
যোৱা sl.no-7 পষ্টৰ কমেণ্টত কেইবাটাওঁ বিষয়ৰ ওপৰত আলোচনা হৈছিলঃ
1-মহম্মদ আঃছাঃ শেষ নবী হোৱাৰ উপৰিও শেষ ৰছুল হয় নে নহয়?
2-মুছাক আঃছাঃ তৌৰাত দিয়া হৈছিল নে নাই?
3- কোৰআন-2:101 ত এল্লাহৰ কিতাপ মানে কোৰআন হয় জানো?
ইত্যাদি।
.
এইবোৰৰ উত্তৰ দীঘলীয়া যদিও চমুকৈ ভাল আলোচনা হৈছে।
.
উদাহৰণ স্বৰূপে মুছাক আঃছাঃ তৌৰাত দিয়া হৈছিল নে নাই?
এই কথাটোত কৈছিলোঃ
5:44(এই আয়াতটোৰ আগৰে পৰা মুছাক আঃছাঃ কথাকৈ অহা হৈছে।
গতিকে তৌৰাত মুছাক আঃছাঃ যেন লাগে।
⬇⬇
٤٤:٥
إِنَّا أَنْزَلْنَا التَّوْرَاةَ فِيهَا هُدًى وَنُورٌ ۚ يَحْكُمُ بِهَا النَّبِيُّونَ الَّذِينَ أَسْلَمُوا لِلَّذِينَ هَادُوا وَالرَّبَّانِيُّونَ وَالْأَحْبَارُ بِمَا اسْتُحْفِظُوا مِنْ كِتَابِ اللَّهِ وَكَانُوا عَلَيْهِ شُهَدَاءَ ۚ فَلَا تَخْشَوُا النَّاسَ وَاخْشَوْنِ وَلَا تَشْتَرُوا بِآيَاتِي ثَمَنًا قَلِيلًا ۚ وَمَنْ لَمْ يَحْكُمْ بِمَا أَنْزَلَ اللَّهُ فَأُولَٰئِكَ هُمُ الْكَافِرُونَ
৫:৪৪
নিশ্চয় আমিয়েই তাওৰাত অৱতীৰ্ণ কৰিছিলো, তাত আছিল হিদায়ত আৰু জ্যোতি, ইয়াৰ মাধ্যমত ইয়াহুদিসকলৰ বাবে ফয়চালা প্ৰদান কৰিছিল অনুগত নবীসকলে আৰু ৰাব্বানীসকলে লগতে বিদ্বানসকলেও। কাৰণ তেওঁলোকক আল্লাহৰ কিতাবৰ ৰক্ষক হিচাপে দায়িত্ব দিয়া হৈছিল আৰু তেওঁলোক আছিল ইয়াৰ ওপৰত সাক্ষী। সেয়ে তোমালোকে মানুহক ভয় নকৰিবা কেৱল মোকেই ভয় কৰা আৰু মোৰ আয়াতসমূহৰ বিনিময়ত তুচ্ছ মূল্য কিনি নলবা। আল্লাহে যি অৱতীৰ্ণ কৰিছে সেই অনুযায়ী যিসকলে বিধান নিদিয়ে সিহঁতেই কাফিৰ।
.
কিন্তু নহয়,
⬇⬇
About Toura:-
The Torah is a collection of all the scriptures revealed through all the prophets of Israel prior to Jesus Christ, i.e., today's Old Testament.Nowhere in the Quran do we find that the Torah was given to Moses.
.
Fact is,
The Torah is known as the name of the book given to Moses. However, this common knowledge might be wrong. The Quran nowhere mentions that the Torah was given to Moses. The word Torah occurs 18 times in the Quran and it refers to the collection of books given to Jewish prophets excluding the Injeel delivered by Jesus. Though the name of the book(s) given to Moses is not mentioned, it is described with various adjectives such as Furqan (the distinguisher), Emam (the leader), Rahma (mercy), Noor (light) and Huda (guidance).
There is ample scholarly work indicating that current books of the Old Testament were extensively tampered with and written by Ezra and other rabbis. See 2:59; 2:79; 9:30. Also, see the Old Testament, Jeremiah 8:8 .
.
গতিকে লিখনীৰ মাজত এই কথাবোৰ আহি যোৱাটো স্বভাৱিক। ফলত লিখনী আগ নেবাঢ়ে।
সেয়েহে অহা কালিৰ পৰা ছুৰা ফাতেহাৰ 7 টা আৰু বাক্কাৰাৰ 7 টা মুঠ চৈধ্যতা আয়াতৰ বিষয়ে আলোচনা আৰম্ভ কৰিম। ইন শ্বা এল্লাহ।
.
🔵(হাদিসৰ অনুসন্ধানত)
✈comp✈edit✈writer✈syedraf✈
.
(লিখনীৰ আঁৰৰ বিশেষজ্ঞসকলঃ
মুক্তাবুল হুছেইন(ভাৰত), ছুৱেব আব্দুল্লাহি(ঘানা), ৱাহিদুজ্জ জামান(বাংলাদেশ), মহম্মদ শেখ (নিউয়ৰ্ক)।
ক্ৰমশঃ...
...............
ক্ৰমিক নংঃ-9-(যোৱা সংখ্যাৰ পিছৰ পৰা...)
🔴"আহছানাল-হাদিস"
⬇⬇
سَلَامٌ عَلَيْكُمْ(6:54)
أَعُوْذُ بِاللّٰهِ مِنَ الشَّيْطٰانِ الرَّجِيْمِ(16:98)
رَبِّ أَعُوذُ بِكَ مِنْ هَمَزَاتِ الشَّيَاطِينِ وَأَعُوذُ بِكَ رَبِّ أَنْ يَحْضُرُونِ (23:97-98)
.
بِسْمِ اللَّهِ الرَّحْمَـٰنِ الرَّحِيمِ
(আৰম্ভ কৰিছো) এল্লাহৰ নামত যি পৰম কৰুণাময়, অতি দয়ালু।
.
আল-ফাতিহা কোৰআন মুজিদৰ প্ৰথম ছুৰা। ইয়াৰ প্ৰথম আয়াত بِسْمِ اللَّهِ الرَّحْمَـٰنِ الرَّحِيمِসম্পূৰ্ণ। য'ত আয়াত নং-1ৰে নাম্বাৰিং কৰা আছে।
.
কোৰআনৰ কোনো আয়াত অথবা ছুৰাৰ আলোচনা কৰিবলৈ গ'লেই আগতে উল্লেখ কৰি অহা বিষয়বস্তু আৰু প্রসঙ্গৰ(content and context) কথা আহি পৰে। যিহেতু কোৰআন আল-হাক্ক, গতিকে সত্যটোৱেই ক'ব লাগিব। আমাৰ সমাজত বিভিন্ন মছলা মাছাইল, ফিকাহ,হাদিসৰ দ্বাৰা মানুহে তৈয়াৰ কৰা ছৰিয়াহৰ দ্বাৰা কোৰআন বিশ্লষণ কৰা হয়, যাৰ ফলত কোৱা হয় "কোৰআন চৰ্চা নফল এবাদত"।
লগতে হাদিসৰ কিতাপৰ পৰা কোৱাঁ হয় এটা আখৰ পঢ়িলে দহ নেকি পোৱা যায়। গতিকে ৰমজান মাহত খতমৰ উপৰি কোৰআন খতম কৰি(আওৰাই) যেন বেহেস্ত পাই গ'ল বুলি বাকী গোটেই বছৰটোৰ কাৰণে ইয়াক কোনো ওখ ঠাইত চুমাখাই থৈ দিয়া হয়।
মনত ৰখা ভাল কোৰআনৰ লগত সম্পৰ্ক ৰখাটো ফৰ্জ।
.
হাদিস আদি কিতাপে ইছলামৰ কথাবোৰ সচাঁনে মিছা তাক নিৰ্ণয় কৰিব নোৱাৰে। এই কাম কোৰআনৰ যিহেতু কোৰআন ফুৰকান (criteria-25:1, 2:58, 2:185, 3:4, 8:29, 8:41, 21:48-চিত্ৰ চাওঁক)।
.
আমি আগতে মহম্মদ(আঃছাঃ)যে শেষ তথা অন্তিম ৰছুল নহয় সেই কথা কৈছিলো। অলাগতীয়া মানুহ এজনে কোৰআনে মহম্মদ(আঃছাঃ) যে অন্তিম ৰছুল হয় তাক কোৰআনৰ ক'তো উল্লেখ নকৰি কথাটো ফুৰকানে স্পষ্ট কৰি দিয়াৰ পাছটো মানুজনে চট্ ফটাই থকাৰ কিবা অৰ্থ আছে জানো? তলৰ ভিদিঅ'টো চাওঁক।
⬇
https://youtu.be/NICUr3aVLz0
.
🔵(হাদিসৰ অনুসন্ধানত)
✈comp✈edit✈writer✈syedraf✈
.
(লিখনীৰ আঁৰৰ বিশেষজ্ঞসকলঃ
মুক্তাবুল হুছেইন(ভাৰত), ছুৱেব আব্দুল্লাহি(ঘানা), ৱাহিদুজ্জ জামান(বাংলাদেশ), মহম্মদ শেখ (নিউয়ৰ্ক)।
ক্ৰমশঃ...
....................
Comments
Post a Comment