⏰Ahsanal Hadith(sl.10-sl.15)

ক্ৰমিক নংঃ-10-(যোৱা সংখ্যাৰ পিছৰ পৰা...)
🔴"আহছানাল-হাদিস" 
⬇⬇
কোৰআনৰ প্রথম ছুৰাটোত সর্বশক্তিমানৰ ওচৰত কৰা এটা আবেদন(petition) আমাক শিকাইছে।  ইয়াত আমি এল্লাহৰ ওচৰত প্রতিশ্রুতি দিয়াৰ লগে লগে তেওঁৰ নির্দেশনা আৰু সমর্থন দি আমাক শিকাই আইন অনুসাৰি চলাৰ পথৰ এখন কিতাপৰ চাবি-কাঠিয়েই আল-ফাতিহা(the opener) । ফাতেহাৰ চাবিদি তলা খুলাৰ পিছ মূহুৰ্ততেই প্ৰতিক্ৰিয়া জনাই এইখনেই সেই কিতাব(2:2)। 
.
চুৰা ফাতিহাত তিনিটা অংশ আছে। ইয়াৰে আটাইতকৈ আমাৰ বাবে গুৰুত্বপূৰ্ণ ভাগটো হৈছে এই আয়াতটোঃ
٥:١
إِيَّاكَ نَعْبُدُ وَإِيَّاكَ نَسْتَعِينُ
১:৫
আমি কেৱল তোমাৰেই ইবাদত কৰোঁ, আৰু তোমাৰ ওচৰতেই সাহায্য প্ৰাৰ্থনা কৰোঁ। 
.
চাবিৰে(ফাতিহা) তলা খুলিলেই লগে লগে হাজিৰ হ'ব কিতাপ মানে কোৰআনঃ
٢:٢
ذَٰلِكَ الْكِتَابُ لَا رَيْبَ ۛ فِيهِ ۛ هُدًى لِلْمُتَّقِينَ
২:২
এইখন সেই কিতাব; য’ত কোনো সন্দেহ নাই, মুত্তাক্বীসকলৰ বাবে হিদায়ত।
.
কিতাপৰ দৰজা খুলি কি দেখিলেঃ
কি প্ৰতিজ্ঞা কৰিছিল আৰু কৰি আছে কি? 
1:5 আয়াতত নিজে কৰা প্ৰতিজ্ঞা ভঙ্গ কৰা নাইনেঃ(মনত ৰখা ভাল আল-ফাতিহাই হৈছে একমাত্ৰ চুৰা য'ত আপুনি ছালাতত এল্লাহৰ লগত মুখামুখি প্ৰতিজ্ঞা কৰে আৰু পৰিচালনা মানে হেদায়তৰ প্ৰাৰ্থনা কৰে)।
চাওঁকঃ
٤٠:١٢
مَا تَعْبُدُونَ مِنْ دُونِهِ إِلَّا أَسْمَاءً سَمَّيْتُمُوهَا أَنْتُمْ وَآبَاؤُكُمْ مَا أَنْزَلَ اللَّهُ بِهَا مِنْ سُلْطَانٍ ۚ إِنِ الْحُكْمُ إِلَّا لِلَّهِ ۚ أَمَرَ أَلَّا تَعْبُدُوا إِلَّا إِيَّاهُ ۚ ذَٰلِكَ الدِّينُ الْقَيِّمُ وَلَٰكِنَّ أَكْثَرَ النَّاسِ لَا يَعْلَمُونَ
১২:৪০
‘তেওঁৰ বাহিৰে তোমালোকে কিছুমান নামৰহে ইবাদত কৰি আছা, যিবোৰ নাম তোমালোকৰ পিতৃপুৰুষ নাইবা তোমালোকে নিজেই ৰাখিছা; এইবোৰৰ কোনো প্ৰমাণ আল্লাহে অৱতীৰ্ণ কৰা নাই। বিধান দিয়াৰ অধিকাৰ কেৱল আল্লাহৰেই। তেৱেঁই নিৰ্দেশ দিছে যে, ‘তেওঁৰ বাহিৰে আন কাৰো ইবাদত নকৰিবা’। এইটোৱেই শাশ্বত দ্বীন কিন্তু অধিকাংশ মানুহেই সেয়া নাজানে’।
(+3:78, 5:44)!
.
এক নং আয়াতৰ প্ৰসঙ্গও আছে......
.
🔵(হাদিসৰ অনুসন্ধানত)
 ✈comp✈edit✈writer✈syedraf✈
.
(লিখনীৰ আঁৰৰ বিশেষজ্ঞসকলঃ
মুক্তাবুল হুছেইন(ভাৰত), ছুৱেব আব্দুল্লাহি(ঘানা), ৱাহিদুজ্জ জামান(বাংলাদেশ), মহম্মদ শেখ (নিউয়ৰ্ক)।
ক্ৰমশঃ...
...
ক্ৰমিক নংঃ-11-(যোৱা সংখ্যাৰ পিছৰ পৰা...)
🔴"আহছানাল-হাদিস" 
⬇⬇⬇
আগতে ছুৰা আল-ফাতিহাৰ এক নং(1:1) আয়াতৰ প্ৰসঙ্গৰ কথা কৈছিলো। ইয়াৰ কথা যেহেতু দিঘলীয়া, গতিকে পিছলৈ থাকিল📌। 
কিন্তু 1:1 আৰু 2:1ৰ মাজত মিল থকা বিষয়টো হৈছে, এই আয়াত দুটা স্বয়ং সম্পূৰ্ণ। 
যিহেতু সম্পূৰ্ণ আয়াত, গতিকে ইয়াৰ ব্যাখ্যৰ দায়িত্বও এল্লাহৰ(25:33-" تَفْسِيرًا")।
٣٣:٢٥
وَلَا يَأْتُونَكَ بِمَثَلٍ إِلَّا جِئْنَاكَ بِالْحَقِّ وَأَحْسَنَ ✔تَفْسِيرًا
২৫:৩৩
আৰু সিহঁতে তোমাৰ ওচৰত যিকোনো বিষয়েই লৈ নাহক কিয়, আমি সেইটোৰ সঠিক সমাধান আৰু সুন্দৰ ব্যাখ্যা তোমাৰ ওচৰত লৈ আহিছো।
.
কোৰআনত নথকা বা বিষয় আৰু প্ৰসংগ(content and contex) বিচাৰ নকৰি কোনো বিষয়/কথা এল্লাহৰ ওচৰত গ্ৰহন যোগ্য নহয়। মোৰ মতে, মোৰ বোধেৰে , মোৰ ধাৰণা, অনুমান বা তথা-কথিত হাদিস/ফিকাহৰ আদিৰ দ্বাৰা যিকোনো কোৰআনৰ ব্যাখ্য গ্ৰহন যোগ্য নহয়। ধৰক, মহম্মদ(আঃছাঃ)ক এল্লাহে শেষ তথা অন্তিম ৰাছুল বুলি কোৱা নাই। এই কথাটোক শেষ ৰাছুল বুলিকৈ এল্লাহৰ লগত চেলেঞ্জ কৰিব বিচাৰিছে নেকি? নে মহম্মদ আঃছাঃৰ লগে লগে নবীৰ দৰে ৰিছালতো ছীল(seal) হৈ গ'ল?
মুঠতে ধাৰণা [🌗(the)assumption,l-ẓanaالظَّنَّ],অনুমানত(🌗guess.yakhruṣūnaيَخْرُصُونَ) কোৰআন বুজাবলৈ যোৱাটো মিছলীয়া মানুহঃ
⬇⬇
٣٦:١٠
وَمَا يَتَّبِعُ أَكْثَرُهُمْ إِلَّا ✔ظَنًّا ۚ إِنَّ الظَّنَّ لَا يُغْنِي مِنَ الْحَقِّ شَيْئًا ۚ إِنَّ اللَّهَ عَلِيمٌ بِمَا يَفْعَلُونَ
১০:৩৬
আৰু সিহঁতৰ অধিকাংশই কেৱল ✔অনুমানৰহে অনুসৰণ কৰে, অথচ সত্যৰ বিপৰীতে ধাৰণা কোনো কামত নাহে, সিহঁতে যি কৰে নিশ্চয় আল্লাহ সেই বিষয়ে সবিশেষ অৱগত।
.
١١٦:٦
وَإِنْ تُطِعْ أَكْثَرَ مَنْ فِي الْأَرْضِ يُضِلُّوكَ عَنْ سَبِيلِ اللَّهِ ۚ إِنْ يَتَّبِعُونَ إِلَّا ✔الظَّنَّ وَإِنْ هُمْ إِلَّا ✔يَخْرُصُونَ
৬:১১৬
আৰু যদি তুমি পৃথিৱীৰ অধিকাংশ লোকৰ কথামতে চলা, তেন্তে সিহঁতে তোমাক আল্লাহৰ পথৰ পৰা বিচ্যুত কৰিব। সিহঁতে কেৱল ✔ধাৰণাৰ অনুসৰণ কৰে, আৰু কেৱল ✔অনুমান ভিত্তিক কথা কয়।
.
١٠:٥١
قُتِلَ ✔الْخَرَّاصُونَ
৫১:১০
✔মিছলীয়াসকল ধ্বংস হওঁক!
.
(শব্দৰ মূললৈ(root) গৈ এনে ধৰণৰ বহু আয়াত কোৰআনত আছে, চাব পাৰে।)
(🌗Root=Kh-Ra-Sad

Meaning =To compute a quantity by way of conjecture, opining or form an opinion of a thing of which one is not certain, to speak by opinion or conjecture, lie and speak falsely and say what is untrue, forge a lie or saying.
.
🌗Root=Za-Nun-Nun

Meaning =To think, suppose, doubt, assume, deem, believe, know, imagine, suspect, conjunctive, be sure of something in view of one's observations. As a general rule often this verb is succeeded by 'anna or 'an, that means to be sure about.)
.
আলিফ, লাম, মীম আদি ছুৰাৰ আগত থকা আখৰবোৰক হৰফে/আল মুক্কাতটাত (Al-Muqattaat) বুলি জনাজাত। কিন্তু চবেই ধাৰণাত মিছা প্ৰচাৰ কৰি কেতিয়াবা কয় এইবোৰ হেনো শব্দৰ সংক্ষিপ্ত আখৰ(abbreviated letters) নতুবা কয় এল্লাহৰ বাহিৰে কোনেও ইয়াৰ অৰ্থ নেজানে(এনেকৈ কোনো আয়াতত কৈছে নেকি?).
.
🔵(হাদিসৰ অনুসন্ধানত)
 ✈comp✈edit✈writer✈syedraf✈
.
(লিখনীৰ আঁৰৰ বিশেষজ্ঞসকলঃ
মুক্তাবুল হুছেইন(ভাৰত), ছুৱেব আব্দুল্লাহি(ঘানা), ৱাহিদুজ্জ জামান(বাংলাদেশ), মহম্মদ শেখ (নিউয়ৰ্ক)।
ক্ৰমশঃ...
...
ক্ৰমিক নংঃ-12-(যোৱা সংখ্যাৰ পিছৰ পৰা...)
🔴"আহছানাল-হাদিস" 
⬇⬇⬇
তলৰ কথাবোৰ কোৰআনৰ বাহিৰে বাহিৰে থকা পণ্ডিতসকলৰ কথাঃ
Those who are Mulims and true believers it should be our firm belief that these letters the muqatta’at(حروف مقطعات) are revealed from Allah, further neither these letters are extraneously nor carelessly introduced in Qur’an, but are based upon absolute realities. It should be particularly noted that it is neither obligatory for us to know the meanings and details of these letters nor it is a matter of shariah.
Moreover, 
Huroof Muqataat(حروف مقطعات) has been the subject of extensive research and discussions in the field of Quranic studies. But researchers have not been able to arrive at a conclusive decision concerning the significance of these alphabets. 
.
কোৰআন ইমানেই টানহৈ গ'লনে Huroof Muqataat(حروف مقطعات) ৰ অৰ্থ এল্লাহৰ বাহিৰে কোনেও বুজি নেপায় বুলি কোৰআনত কৈছে নেকি? ইয়াৰ বিষয়ে একোৱেই কোৱাঁ নাইনে? 
আচলতে এইসকলে কোৰআনৰ গভীৰ মূললৈ(deep rooted) যোৱা লোক নহয়।
.
Huroof Muqataat (حروف مقطعات) বৰ্ণবোৰ  তেওঁলোকে মুতাশ্বাবিহাত আয়াতবোৰৰ লগত মিলায়। য'ত কোৱাঁ হৈছে-"..আল্লাহৰ বাহিৰে আন কোনেও ইয়াৰ ব্যাখ্যা নাজানে[(They do not (Maa) know (Ya'lamu) its interpretation (Ta'wiila-hu) except (illa) GOD)].
.
বচ কোনে পায়, নিজৰ মতে সেই আখৰবোৰৰ যোনে যেনেকৈ পাৰে তপছিৰ কৰি গ'ল। আনকি তিৰমিধি(Tirmidhi) চাহেবে, ৰছুলে কৈছে বুলি কৈয়েই দিলে, বোলে "আলিফ-লাম-মীম তিনিটা বেলেগ বেলেগ আখৰ আৰু প্ৰত্যেকটো আখৰ পঢ়িলে দহ নেকি পাব"। গতিকে কোৰআন পঢ়ি ইয়াৰ গভীৰতালৈ যোৱাৰ প্ৰশ্নই নুঠে। 
.
মুতাশ্বাবিহ থকা আয়াতটো আজি খুব ভালকৈ চাবচোন(আৰবী/যিকোনো অনুবাদ)।
.
🔵(হাদিসৰ অনুসন্ধানত)
 ✈comp✈edit✈writer✈syedraf✈
.
(লিখনীৰ আঁৰৰ বিশেষজ্ঞসকলঃ
মুক্তাবুল হুছেইন(ভাৰত), ছুৱেব আব্দুল্লাহি(ঘানা), ৱাহিদুজ্জ জামান(বাংলাদেশ), মহম্মদ শেখ (নিউয়ৰ্ক)।
ক্ৰমশঃ...
....


Comments

Popular posts from this blog

✔️NO FIVE DAILY PRAYERS IN THE QURAN

Head shaving and Qurbani:

The majority of people are not believers(12:103).Can all those millions of Muslims be wrong?