Ummi means not illiterate(7:157)

Ummi means not illiterate(7:157)
.
📗৭:১৫৭

الَّذِينَ يَتَّبِعُونَ الرَّسُولَ النَّبِيَّ 👈الْأُمِّيَّ الَّذِي يَجِدُونَهُ مَكْتُوبًا عِنْدَهُمْ فِي التَّوْرَاةِ وَالْإِنْجِيلِ يَأْمُرُهُمْ بِالْمَعْرُوفِ وَيَنْهَاهُمْ عَنِ الْمُنْكَرِ وَيُحِلُّ لَهُمُ الطَّيِّبَاتِ وَيُحَرِّمُ عَلَيْهِمُ الْخَبَائِثَ وَيَضَعُ عَنْهُمْ إِصْرَهُمْ وَالْأَغْلَالَ الَّتِي كَانَتْ عَلَيْهِمْ ۚ فَالَّذِينَ آمَنُوا بِهِ وَعَزَّرُوهُ وَنَصَرُوهُ وَاتَّبَعُوا النُّورَ الَّذِي أُنْزِلَ مَعَهُ ۙ أُولَٰئِكَ هُمُ الْمُفْلِحُونَ

যিসকলে অনুসৰণ কৰে ৰাছুলৰ, 👉উম্মী নবীৰ, যাৰ উল্লেখ সিহঁতে সিহঁতৰ ওচৰত থকা তাওৰাত আৰু ইঞ্জীলত লিপিবদ্ধ পায়, যিজনে সিহঁতক সৎ কামৰ আদেশ দিয়ে, অসৎকৰ্মৰ পৰা নিষেধ কৰে, সিহঁতৰ বাবে পৱিত্ৰ বস্তু হালাল কৰে আৰু অপৱিত্ৰ বস্তু হাৰাম কৰে। আৰু সিহঁতক সিহঁতৰ ওপৰত থকা বোজাৰ পৰা আৰু শৃংখলৰ পৰা মুক্ত কৰে। সেয়ে যিসকলে তেওঁৰ প্ৰতি ঈমান আনে, তেওঁক সন্মান কৰে, তেওঁক সহায় কৰে আৰু যি নূৰ তেওঁৰ প্ৰতি অৱতীৰ্ণ হৈছে সেইটোৰ অনুসৰণ কৰে, তেওঁলোকেই সাফল্যমণ্ডিত।

(👉নবী মহম্মদৰ(আ:ছা:) ক্ষেত্ৰত কোৰআনত যিমানবোৰ "উম্মী" শব্দ সংযোগ ঘটিছে সকলোতে লাহুৱাল হাদিস ব্যৱহাৰ কৰা সকলে ইয়াৰ অৰ্থ অশিক্ষিত (illiterate) কৰি ধাপাধাপ কোৰআনৰ ৱহী চাহাবাসকলৰ হতুৱাই লিখোৱাটো দেখুৱাই আহিছে।  এইবোৰ মিছা কথা।

কোৰআনত "উম্মী" মানে অশিক্ষিত বুজোৱা নাই:

তলৰ লিংকত চাওঁক:


(2)-A very Important notes on "Ummi"-See link:


.

[7:157] who (Ellaziina) follow (Yattabiuuna) the Messenger (Er'Rasuula); the unlearned (unlettered)

(El'Ummiyya) Prophet (En'Nabiyya) whom (Ellazii) they found (Yajiduuna-hu) written (Mak'tuuban) with 

them (Endahum') in (Fii) the Torah (Ettaw'raati) and the Gospel (Wal' Injiili); he commands them (Ya'muru-

hum) to kindness (Bil' Ma'ruufi) and forbid them (Yan'haa-hum') from (Åni) abomination (El'Munkari), and 

(Wa) makes lawful for them (-Yuhillu Lahumu) the good things (Ettoyyibaati) and prohibits (Yuharrimu) for 

them (Ålai'him') the bad things (impurities) (El'Khabaa'itha) and takes off (Yadou) their burden (Is'ra-hum') from 

them (Ån'hum') as well as (Wa) the shackles (El'Ag'laala) which (Ellatii) were (Kaanat') upon them (Ålai'him'). 

Therefore (Fa) those who (Ellaziina) believe (Aamanu') in him (Bihi), honour him (Åzzaruu-hu), support 

him (Nasoruu-hu) and (Wa) follow (Ettabau'🍒) the light (*42:52)

(En'Nuura) which (Ellazii) was revealed (Unzila)

along with him (Maåhu). They (Humu) are those (U'laaika) who will be the successful (El'Muf'lihuun)." (**5:15)

(৪২:৫২*

وَكَذَٰلِكَ أَوْحَيْنَا إِلَيْكَ رُوحًا مِنْ أَمْرِنَا ۚ مَا كُنْتَ تَدْرِي مَا الْكِتَابُ وَلَا الْإِيمَانُ وَلَٰكِنْ جَعَلْنَاهُ نُورًا نَهْدِي بِهِ مَنْ نَشَاءُ مِنْ عِبَادِنَا ۚ وَإِنَّكَ لَتَهْدِي إِلَىٰ صِرَاطٍ مُسْتَقِيمٍ

অনুৰূপভাৱে (উপৰোক্ত তিনিটা পদ্ধতিত) আমি তোমাৰ প্ৰতি আমাৰ নিৰ্দেশৰ পৰা ৰূহক অহী কৰিছো। তুমি জনা নাছিলা কিতাব কি আৰু ঈমান কি! কিন্তু আমি ইয়াক নূৰ বনাইছো, যাৰ দ্বাৰা আমি আমাৰ বান্দাসকলৰ মাজৰ পৰা যাক ইচ্ছা হিদায়ত দান কৰো। নিশ্চয় তুমি সৰল পথৰ পিনে দিক নিৰ্দেশনা দিয়া,)

(৫:১৫**

يَا أَهْلَ الْكِتَابِ قَدْ جَاءَكُمْ رَسُولُنَا يُبَيِّنُ لَكُمْ كَثِيرًا مِمَّا كُنْتُمْ تُخْفُونَ مِنَ الْكِتَابِ وَيَعْفُو عَنْ كَثِيرٍ ۚ قَدْ جَاءَكُمْ مِنَ اللَّهِ نُورٌ وَكِتَابٌ مُبِينٌ

হে কিতাবীসকল! তোমালোকৰ ওচৰত আমাৰ ৰাছুল আহি পাইছে, তোমালোকে কিতাবৰ পৰা যি গোপন কৰিছিলা তাৰে বেছিভাগ তেওঁ তোমালোকৰ ওচৰত প্ৰকাশ কৰিছে আৰু বহুখিনি এৰি দিছে। অৱশ্যে আল্লাহৰ তৰফৰ পৰা এটা জ্যোতি আৰু স্পষ্ট কিতাব তোমালোকৰ ওচৰত আহিছে।)

(🍒Debate on Ettabiu(to follow)7:157


.

📍Verse/Note:

(7:157) This was said to Moses, but now Allah's Rahmat will be bestowed Upon those who follow the 

Ummi Nabi (29/48) whom they find mentioned in the Torah and the Bible that is with them; who 

will enjoin what is wrong according to the Quran and declare Halal all good things and Haram all 

other things (6/146, 5/3-4): who will lift the burdens under which the humanity groans and free 

them from the shackles which bind them [🩸]. 

Those who will believe in this Rasool, support him against his opponents, help him in his mission 

and follow the light of the Quran which has been revealed to him - these are the ones who will be 

successful and prosperous(pz).

[(🩸)The proclamation of Quranic Order is the death signal for all types of subjugation. It does not 

give any authority or right to any person to subjugate another (3/78). It snatches away all sources of 

nourishment from those who, taking advantage of these become their masters (43/51, 79/24). It 

breaks the shackles of age old blind followings (2/170, 43/22-23). It unveils the deceitful 

characteristics of monks and priests and then enables their followers to make their own decisions. 

(9/31-34). It uproots the very system of capitalism (9/34-35)(pz)].
.
🌐Main source:
Pl find verse/notes 7:157- syedraf.

Comments

Popular posts from this blog

✔️NO FIVE DAILY PRAYERS IN THE QURAN

Head shaving and Qurbani:

The majority of people are not believers(12:103).Can all those millions of Muslims be wrong?