৩৫:৮(বেয়া কৰ্ম শোভনীয় কৰি দেখুৱা হয় ফলত সি সেইটোক উত্তম বুলি ভাৱে। আল্লাহে ইচ্ছা তাকে হিদায়ত দিয়ে)

৩৫:৮(বেয়া কৰ্ম শোভনীয় কৰি দেখুৱা হয় ফলত সি সেইটোক উত্তম বুলি ভাৱে। আল্লাহে ইচ্ছা তাকে হিদায়ত দিয়ে)
।।।
৩৫:৮
أَفَمَنْ زُيِّنَ لَهُ سُوءُ عَمَلِهِ فَرَآهُ حَسَنًا ۖ فَإِنَّ اللَّهَ يُضِلُّ مَنْ يَشَاءُ وَيَهْدِي مَنْ يَشَاءُ ۖ فَلَا تَذْهَبْ نَفْسُكَ عَلَيْهِمْ حَسَرَاتٍ ۚ إِنَّ اللَّهَ عَلِيمٌ بِمَا يَصْنَعُونَ
কাৰোবাক যদি তাৰ বেয়া কৰ্ম শোভনীয় কৰি দেখুৱা হয় ফলত সি সেইটোক উত্তম বুলি ভাৱে, (সেইজন ব্যক্তি তেওঁৰ দৰে হ’ব পাৰেনে যিয়ে ভাল কামক ভাল আৰু বেয়া কামক বেয়া বুলি ভাৱে?) এতেকে নিশ্চয় আল্লাহে যাক ইচ্ছা বিভ্ৰান্ত🌿 কৰে আৰু যাক ইচ্ছা তাকে হিদায়ত🌿 দিয়ে। এতেকে সিহঁতৰ বাবে আক্ষেপ কৰি তুমি নিজৰ প্ৰাণ বিনাশ নকৰিবা। সিহঁতে যি কৰে নিশ্চয় আল্লাহ সেই সম্পৰ্কে সম্যক পৰিজ্ঞাত।
.
35:8 Is then he to whom1 the evil of his deeds is made fair to him so he sees it as good[...]?2 And God leads astray whom He wills, and guides whom He wills;3 so let not thy soul go out to them in regrets; God knows what they do.

1-See note to 3:162.
.
2-Sc. like one who sees things as they truly are.

3-See note to 2:272.
।।।
🌿Note:14:4-আল্লাহে যাক ইচ্ছা বিভ্ৰান্ত কৰে আৰু যাক ইচ্ছা  সৎপথত পৰিচালিত কৰে:link:
https://ahsana3923.blogspot.com/2022/04/144note-meaning-of-god-lets-go-astray.html
।।।ৰফ।।।

Comments

Popular posts from this blog

The majority of people are not believers(12:103).Can all those millions of Muslims be wrong?

Head shaving and Qurbani:

So-called Hadith and Sunna: Satanic Innovations and Today's Muslims(AQS-607)