Implementation 42:7 and 62:9-10 as per Quran Guide line.

Implementation 42:7 and 62:9-10 as per Quran Guide line.

.

মুক্তাবুল চাহাব,*
অহা ৩০.১২.২০২২ তাৰিখে(বন্ধ আৰু বজাৰ বাৰ) দিনৰ ১২:৩০ বজাত মই অসমৰ এখন মুখ্য চহৰ ডিব্ৰুগড়লৈ যাম কোৰআনৰ কিছু বাৰ্তা মানুহক জনাবৰ বাবে।
গতিকে উক্ত দিন আৰু সময়ত মানুহবিলাকে আল্লাহৰ বাৰ্তা শুনিবৰ বাবে সকলো কাম-কাজ এৰি নিৰ্দ্দিষ্ট স্থানত একগোট হয়হি যাতে তেওঁলোকে আল্লাহৰ বাৰ্তা মনপুতি শুনিব পাৰে। মোৰ দ্বাৰা আল্লাহৰ বাৰ্তা শেষ হোৱাৰ পাছত মানুহবোৰে আকৌ নিজ নিজ কামত ধৰিব পাৰিব।।
(বি:দ্ৰ: আপোনাৰ জিলাৰ লগতে লাগি থকা ডিব্ৰুগড় চহৰ বাবেই এই বাৰ্তা আপোনালৈ প্ৰেৰণ কৰা হ'ল)(*imaginary)
।।।।।।।
ধৰি লওক মুক্তাবুল চাহাবলৈ এটা খবৰ পঠি‌য়ালো:
.
অহা ৩০.১২.২০২২ তাৰিখে(বন্ধ আৰু বজাৰ বাৰ-يَوْمِ الْجُمُعَةِ) দিনৰ ১২:৩০ বজাত মই অসমৰ এখন মুখ্য চহৰ ডিব্ৰুগড়লৈ🩸 যাম কোৰআনৰ কিছু বাৰ্তা(لِلصَّلَوةِ) মানুহক জনাবৰ বাবে।
গতিকে উক্ত দিন আৰু সময়ত মানুহবিলাকক যেতিয়াই মতা হয়(نُودِيَ) আল্লাহৰ বাৰ্তা(لِلصَّلَوةِ) শুনিবৰ বাবে সকলো কাম-কাজ এৰি(وَذَرُوا الْبَيْعَ) নিৰ্দ্দিষ্ট স্থানত একগোট হয়হি যাতে তেওঁলোকে আল্লাহৰ বাৰ্তা মনপুতি শুনিব পাৰে(ذِكْرِ اللَّهِ)। মোৰ দ্বাৰা আল্লাহৰ বাৰ্তা(لِلصَّلَوةِ) শেষ হোৱাৰ পাছত(قُضِيَتِ الصَّلَاةُ) মানুহবোৰে আকৌ নিজ নিজ কামত ধৰিব পাৰিব।।
(বি:দ্ৰ: আপোনাৰ জিলাৰ লগতে লাগি থকা ডিব্ৰুগড় চহৰ বাবেই এই বাৰ্তা আপোনালৈ প্ৰেৰণ কৰা হ'ল)
(🩸 কোৰআন-৪২:৭ চাওঁক)
(মুক্তাবুল চাহাবলৈ খবৰটো তলৰ আ‌য়াত দুটাৰ ওপৰত ভিত্তি কৰি পঠিয়ালো:৬২:৯-১০। আৰু ইয়াৰ infrastructure আছিল: ৪২:৭)
।।।
➡️এতিয়া কোনোবাই দেখুৱাই দিব পাৰিবনে "জুম্মাৰ নামাজ/ছালাত" পালনৰ কথা ক'ত আছে?
।।।
ইয়াত(لِلصَّلَوةِ) আৰু (ذِكْرِ اللَّهِ) কাৰ্য্যকাৰি হলেই ছালাত প্ৰতিষ্ঠা হ'ব।।
উক্ত কথাবোৰ তলৰ আয়াত দুটাৰ লগত মিলাই চাওঁক:
৬২:৯
يَا أَيُّهَا الَّذِينَ آمَنُوا إِذَا نُودِيَ لِلصَّلَاةِ مِنْ يَوْمِ الْجُمُعَةِ فَاسْعَوْا إِلَىٰ ذِكْرِ اللَّهِ وَذَرُوا الْبَيْعَ ۚ ذَٰلِكُمْ خَيْرٌ لَكُمْ إِنْ كُنْتُمْ تَعْلَمُونَ
হে ঈমান্দাৰসকল! জুমুআৰ দিনা যেতিয়া ছালাতৰ বাবে আহ্বান কৰা হয়, তেতিয়া তোমালোকে আল্লাহৰ স্মৰণৰ ফালে ধাৱিত হোৱা আৰু বেচা-কিনা বন্ধ কৰা। এইটোৱে তোমালোকৰ বাবে সৰ্বোত্তম, যদি তোমালোকে উপলব্ধি কৰা।
৬২:১০
فَإِذَا قُضِيَتِ الصَّلَاةُ فَانْتَشِرُوا فِي الْأَرْضِ وَابْتَغُوا مِنْ فَضْلِ اللَّهِ وَاذْكُرُوا اللَّهَ كَثِيرًا لَعَلَّكُمْ تُفْلِحُونَ
তাৰ পিছত ছালাত সমাপ্ত হ’লে তোমালোকে পৃথিৱীত প্ৰসাৰিত হৈ যোৱা আৰু আল্লাহৰ অনুগ্ৰহ সন্ধান কৰা লগতে আল্লাহক বেছি বেছি স্মৰণ কৰা, যাতে তোমালোকে সফলতা অৰ্জন কৰিব পাৰা।
.

62:9[(of) Friday=l-jumuʿati=الْجُمُعَةِ=ج م ع]
(Jiim-Miim-Ayn)

General Root Meaning:
To collect or gather, bring together, to contract, assemble or congregate, unite or connect or form a connection, bring into a
state of union.
।।। Prepared with Muktabul - syedraf ।।।

Comments

Popular posts from this blog

✔️NO FIVE DAILY PRAYERS IN THE QURAN

Head shaving and Qurbani:

The majority of people are not believers(12:103).Can all those millions of Muslims be wrong?