পুনৰুত্থান আৰু বিচাৰ:
পুনৰুত্থান আৰু বিচাৰ:
।।।
পুনৰুত্থানৰ(resurrection) দিনা ভাল বেয়া সকলো একেলগে থাকিব। সকলোকে জাহান্নামৰ ওচৰলৈ নিয়া হ'ব। তাৰ মাজৰ পৰা ভাল বেয়াবোৰ দুটা দলত ভাগ কৰি পেলোৱা হ'ব। তাৰ পাছত সকলোকে আল্লাহৰ ওচৰত উপস্থিত কৰোৱা হব। ৬:১২৮ আৰু ১১:১০৭ আয়াত মতে চূৰান্ত সিধান্ত আল্লাহৰ হাতত থাকিব, কোন জান্নাতলৈ বা জাহান্নামলৈ চিৰকালৰ বাবে যাব।
.. syedraf..
Note/Verses/Based references:
🟥1️⃣
১৯:৬৯
ثُمَّ لَنَنْزِعَنَّ مِنْ كُلِّ شِيعَةٍ أَيُّهُمْ أَشَدُّ عَلَى الرَّحْمَٰنِ عِتِيًّا
তাৰ পিছত প্ৰত্যেক দলৰ মাজৰ পৰা যিজন ৰহমানৰ সৰ্বাধিক অবাধ্য আমি তাক টানি উলিয়াই আনিম।
.
১৯:৭১(Everyone Sees Hell)
وَإِنْ مِنْكُمْ إِلَّا وَارِدُهَا ۚ كَانَ عَلَىٰ رَبِّكَ حَتْمًا مَقْضِيًّا
Xআৰু তোমালোকৰ প্ৰত্যেকেই তাৰ (জাহান্নামৰ) ওপৰেদি অতিক্ৰম কৰিব; এইটো তোমাৰ প্ৰতিপালকৰ চূড়ান্ত সিদ্ধান্ত।
⬇️✔️
আৰু তোমালোকৰ প্ৰত্যেকেই (Xওপৰেদি) তাত(জাহান্নামৰ) উপস্থিত হ’ব(will arrive at it); এইটো তোমাৰ প্ৰতিপালকৰ চূড়ান্ত সিদ্ধান্ত।
.
১৯:৭২
ثُمَّ نُنَجِّي الَّذِينَ اتَّقَوْا وَنَذَرُ الظَّالِمِينَ فِيهَا جِثِيًّا
তাৰ পিছত আমি উদ্ধাৰ💥 কৰিম তেওঁলোকক, যিসকলে তাক্বৱা অৱলম্বন কৰিছে আৰু যালিমসকলক তাত নতজানু অৱস্থাত ৰাখি দিম।
⬇️
৬:১২৮
وَيَوْمَ يَحْشُرُهُمْ جَمِيعًا يَا مَعْشَرَ الْجِنِّ قَدِ اسْتَكْثَرْتُمْ مِنَ الْإِنْسِ ۖ وَقَالَ أَوْلِيَاؤُهُمْ مِنَ الْإِنْسِ رَبَّنَا اسْتَمْتَعَ بَعْضُنَا بِبَعْضٍ وَبَلَغْنَا أَجَلَنَا الَّذِي أَجَّلْتَ لَنَا ۚ قَالَ النَّارُ مَثْوَاكُمْ خَالِدِينَ فِيهَا إِلَّا مَا شَاءَ اللَّهُ ۗ إِنَّ رَبَّكَ حَكِيمٌ عَلِيمٌ
আৰু যিদিনা তেওঁ সিহঁত সকলোকে একত্ৰিত কৰিব আৰু ক’ব, ‘হে জ্বিন সম্প্ৰদায়! তোমালোকে বহু লোকক পথভ্ৰষ্ট কৰিছিলা’, আৰু মানুহৰ মাজৰ পৰা সিহঁতৰ বন্ধুসকলে ক’ব, ‘হে আমাৰ ৰব! আমাৰ মাজৰ কিছুসংখ্যকে আন কিছুসংখ্যকৰ পৰা লাভৱান হৈছে আৰু ➡️তুমি আমাৰ বাবে যি সময় নিৰ্ধাৰণ কৰিছিলা এতিয়া আমি তাত উপনীত হৈছো’। আল্লাহে ক’ব, ‘জাহান্নামেই তোমালোকৰ বাসস্থান, তোমালোকে তাত চিৰকাল থাকিবা’, কিন্তু আল্লাহে (উলিওৱাৰ) ইচ্ছা💥 কৰিলে সেয়া সুকীয়া কথা। নিশ্চয় তোমাৰ ৰব প্ৰজ্ঞাময়, সৰ্বজ্ঞ।⬅️
...
🟥2️⃣
১১:১০৫
يَوْمَ يَأْتِ لَا تَكَلَّمُ نَفْسٌ إِلَّا بِإِذْنِهِ ۚ فَمِنْهُمْ شَقِيٌّ وَسَعِيدٌ
যেতিয়া সেই দিনটো আহিব তেতিয়া আল্লাহৰ অনুমতি নোহোৱাকৈ কোনেও কথা কব নোৱাৰিব; এতেকে সিহঁতৰ মাজত কিছুমান হ’ব দুৰ্ভগীয়া আৰু কিছুমান হ’ব সৌভাগ্যৱান।
(৩৬:৫৯
وَامْتَازُوا الْيَوْمَ أَيُّهَا الْمُجْرِمُونَ
আৰু ‘হে অপৰাধীসকল! তোমালোকে আজি পৃথক হৈ যোৱা’।)
.
১১:১০৬(The Condition of the Wretched People and their Destination).
فَأَمَّا الَّذِينَ شَقُوا فَفِي النَّارِ لَهُمْ فِيهَا زَفِيرٌ وَشَهِيقٌ
ফলত যিসকল দুৰ্ভগীয়া হ’ব, সিহঁত থাকিব (জাহান্নামৰ) জুইত, আৰু তাত থাকিব সিহঁতৰ ভীষণ চিঞৰ আৰু আৰ্তনাদ।
.
১১:১০৭
خَالِدِينَ فِيهَا مَا دَامَتِ السَّمَاوَاتُ وَالْأَرْضُ إِلَّا مَا شَاءَ رَبُّكَ ۚ إِنَّ رَبَّكَ فَعَّالٌ لِمَا يُرِيدُ
তাত সিহঁত চিৰকাল থাকিব, যিমান দিন আকাশসমূহ আৰু পৃথিৱী বিদ্যমান থাকিব, অৱশ্যে তোমাৰ প্ৰতিপালকে অনুৰূপ ইচ্ছা নকৰালৈকে; নিশ্চয় তোমাৰ প্ৰতিপালকে সেইটোৱেই কৰে যিটো তেওঁ ইচ্ছা কৰে।
(১৪:৪৮
يَوْمَ تُبَدَّلُ الْأَرْضُ غَيْرَ الْأَرْضِ وَالسَّمَاوَاتُ ۖ وَبَرَزُوا لِلَّهِ الْوَاحِدِ الْقَهَّارِ
যিদিনা এই পৃথিৱী ভিন্ন পৃথিৱীলৈ ৰূপান্তৰিত হ’ব আৰু আকাশসমূহও (ৰূপান্তৰিত হ’ব); আৰু মানুহে উন্মুক্তভাৱে উপস্থিত হ’ব মহাপৰাক্ৰমশালী এক আল্লাহৰ সন্মুখত।
⬇️
And before that, as the caravan of humanity journeys forward, people will witness a total metamorphosis in their political and social systems, a brand new environment where the universal law of the One Mighty, Dominating God will prevail.
9:31, 13:31, 18:48, 41:53, 48:28, 51:20, 61:9)
... Prepared by Syedraf...
Comments
Post a Comment