Posts

Showing posts from June, 2021

5 or 3 salats in Quran.bbwapp.

https://youtu.be/OnFo05FyHRM

Other names of Quran in Quran.

Image

⏰Ahsanal Hadith(sl.10-sl.15)

ক্ৰমিক নংঃ-10-(যোৱা সংখ্যাৰ পিছৰ পৰা...) 🔴"আহছানাল-হাদিস"  ⬇⬇ কোৰআনৰ প্রথম ছুৰাটোত সর্বশক্তিমানৰ ওচৰত কৰা এটা আবেদন(petition) আমাক শিকাইছে।  ইয়াত আমি এল্লাহৰ ওচৰত প্রতিশ্রুতি দিয়াৰ লগে লগে তেওঁৰ নির্দেশনা আৰু সমর্থন দি আমাক শিকাই আইন অনুসাৰি চলাৰ পথৰ এখন কিতাপৰ চাবি-কাঠিয়েই আল-ফাতিহা(the opener) । ফাতেহাৰ চাবিদি তলা খুলাৰ পিছ মূহুৰ্ততেই প্ৰতিক্ৰিয়া জনাই এইখনেই সেই কিতাব(2:2)।  . চুৰা ফাতিহাত তিনিটা অংশ আছে। ইয়াৰে আটাইতকৈ আমাৰ বাবে গুৰুত্বপূৰ্ণ ভাগটো হৈছে এই আয়াতটোঃ ٥:١ إِيَّاكَ نَعْبُدُ وَإِيَّاكَ نَسْتَعِينُ ১:৫ আমি কেৱল তোমাৰেই ইবাদত কৰোঁ, আৰু তোমাৰ ওচৰতেই সাহায্য প্ৰাৰ্থনা কৰোঁ।  . চাবিৰে(ফাতিহা) তলা খুলিলেই লগে লগে হাজিৰ হ'ব কিতাপ মানে কোৰআনঃ ٢:٢ ذَٰلِكَ الْكِتَابُ لَا رَيْبَ ۛ فِيهِ ۛ هُدًى لِلْمُتَّقِينَ ২:২ এইখন সেই কিতাব; য’ত কোনো সন্দেহ নাই, মুত্তাক্বীসকলৰ বাবে হিদায়ত। . কিতাপৰ দৰজা খুলি কি দেখিলেঃ কি প্ৰতিজ্ঞা কৰিছিল আৰু কৰি আছে কি?  1:5 আয়াতত নিজে কৰা প্ৰতিজ্ঞা ভঙ্গ কৰা নাইনেঃ(মনত ৰখা ভাল আল-ফাতিহাই হৈছে একমাত্ৰ চুৰা য'ত আপুনি ছালাতত এল্লাহৰ লগত মুখা...

Ahsanal Hadith-(sl.06-sl.09)

Image
Fb saved link:  https://www.facebook.com/saved/list/2278736545589610 ক্ৰমিক নংঃ-6-(যোৱা সংখ্যাৰ পিছৰ পৰা...) 🔴"আহছানাল-হাদিস"  ⬇⬇ বিশ্বব্রহ্মাণ্ডৰ সকলো ক্ষেত্ৰতেই একমাত্ৰ এল্লাহৰ হুকুম চলে। এই হুকুমৰ অধিকাৰ তেওঁ কাকো দিয়া নাই, আনকি কোনো ৰছুলকো। মহম্মদে(আঃছাঃ) কাকো ক'ব নোৱাৰেযে "লা ইলাহা ইলল্লাহ-لاَ إِلَهَ إِلاَّ اللَّ-" পঢ়ি দিলেই দুজখৰ জুই নুমাই যাব(প্ৰক্ষাৰন্তে জন্নতৰ দৰজা যেন খুল খাই যাব)( "Allah has forbidden the (Hell) fire for those who say, 'None has the right to be worshipped but Allah')। এইবোৰ সহীৰ নামত কোৰআনৰ লগত পৰস্পৰবিৰোধী (contradictory) হাদিস📌।  মিছা বেহেস্তৰ লোভ দেখুৱাই যিদৰে বুখাৰি চাহাবহঁতে ৰছুলৰ নামত মিছাক সহীৰ লেবেল মাৰিছিল তেনেকৈ চুফীবাদো তেনে এটা তৰীকা📌।  চুফীবাদৰ এটা উদাহৰণ, যিটো কোৰআনৰ লগত পৰস্পৰবিৰোধী(contradictory):- "Submission and allegiance to a sheikh In Sufism, the Sheikh (or Wali) is given a similar standing as that of a Catholic Saint, or the Dalai Lama. A complete bond of submission is formed between the hea...