হজ/ওমৰাহত তাৱাফৰ দোৱা
🔴১ম কোণত- ২:১২৭-১২৮-১২৯ 🔵২য় ,, - ২৬:৭৮-৮০ 🟢৩য় ,, - ২৬:৮১-৮৫ 🕋৪ৰ্থ " - ৩:৮-৯, ২:২০১ প্ৰথম পাক উক্ত দোৱা পঢ়ি চিধা চাফা-মাৰৱাত তাৱাফ(ছাই) কৰিব। এনেদৰে সাত পাক আৰু ছাই। ।।। 🔴২:১২৭-১২৯ وَإِذْ يَرْفَعُ إِبْرَاهِيمُ الْقَوَاعِدَ مِنَ الْبَيْتِ وَإِسْمَاعِيلُ [[رَبَّنَا تَقَبَّلْ مِنَّا ۖ إِنَّكَ أَنْتَ السَّمِيعُ الْعَلِيمُ]] আৰু স্মৰণ কৰা, যেতিয়া ইব্ৰাহীম আৰু ইছমাঈলে কা’বাঘৰৰ আধাৰশিলা স্থাপন কৰিছিল, (আৰু কৈছিল)[[ ‘হে আমাৰ প্ৰতিপালক! আমাৰ ফালৰ পৰা (নেক আমল) তুমি কবুল কৰা। নিশ্চয় তুমি সৰ্বশ্ৰোতা, সৰ্বজ্ঞ’ ।]] ২:১২৮ رَبَّنَا وَاجْعَلْنَا مُسْلِمَيْنِ لَكَ وَمِنْ ذُرِّيَّتِنَا أُمَّةً مُسْلِمَةً لَكَ وَأَرِنَا مَنَاسِكَنَا وَتُبْ عَلَيْنَا ۖ إِنَّكَ أَنْتَ التَّوَّابُ الرَّحِيمُ ‘হে আমাৰ প্ৰতিপালক! আমাক উভয়কে তোমাৰ একান্ত অনুগত কৰা আৰু আমাৰ বংশধৰৰ পৰা তোমাৰ এটা অনুগত জাতি উত্থিত কৰা; আৰু আমাক ইবাদতৰ নিয়ম-পদ্ধতি দেখুৱাই দিয়া আৰু আমাৰ তাওবা কবুল কৰা। নিশ্চয় তুমি বে...