ছাজদাহ মানে আল্লাহৰ সকলো আদেশ নিষেধ বিনা স্বত্তে মানি লোৱা অৰ্থাৎ কেৱল কোৰআন(solar-clock)

ছাজদাহ মানে আল্লাহৰ সকলো আদেশ নিষেধ বিনা স্বত্তে মানি লোৱা অৰ্থাৎ কেৱল কোৰআন।।

।।।


২২:১৮
أَلَمْ تَرَ أَنَّ اللَّهَ يَسْجُدُ لَهُ مَنْ فِي السَّمَاوَاتِ وَمَنْ فِي الْأَرْضِ وَالشَّمْسُ وَالْقَمَرُ وَالنُّجُومُ وَالْجِبَالُ وَالشَّجَرُ وَالدَّوَابُّ وَكَثِيرٌ مِنَ النَّاسِ ۖ وَكَثِيرٌ حَقَّ عَلَيْهِ الْعَذَابُ ۗ وَمَنْ يُهِنِ اللَّهُ فَمَا لَهُ مِنْ مُكْرِمٍ ۚ إِنَّ اللَّهَ يَفْعَلُ مَا يَشَاءُ ۩
তুমি দেখা নাইনে যে, আকাশসমূহত যি আছে আৰু পৃথিৱীত যি আছে সেই সকলোবোৰে আল্লাহকেই ছাজদাহ কৰে, আৰু সূৰ্য্য, চন্দ্ৰ, নক্ষত্ৰমণ্ডলী, পৰ্বতৰাজি, বৃক্ষলতা, জীৱ-জন্তুৰ লগতে বহুতো মানুহেও ছাজদাহ কৰে? আৰু বহুতৰে প্ৰতি সাব্যস্ত হৈছে শাস্তি। আল্লাহে যাক অপমানিত কৰে তাক সন্মানদাতা কোনো নাই; নিশ্চয় আল্লাহে যি ইচ্ছা সেইটোৱে কৰে।
⬇️
ব্যাখ্যা:

🆔১৩:১৫(All Creation Has Submitted to God)

وَلِلَّهِ يَسْجُدُ مَنْ فِي السَّمَاوَاتِ وَالْأَرْضِ طَوْعًا وَكَرْهًا وَظِلَالُهُمْ بِالْغُدُوِّ وَالْآصَالِ ۩

আকাশসমূহ আৰু পৃথিৱীত থকা সকলো বস্তুৱেই স্ব-ইচ্ছাই হওঁক নাইবা অনিচ্ছাই হওঁক আল্লাহক ছাজদাহ🔖 কৰে আৰু পুৱা-গধূলি সেইবোৰৰ ছাঁবোৰেও (তেওঁকেই ছাজদাহ কৰে)।

[13:15] And (Wa) to GOD (Lillahi) prostrates (Yas'judu) those (Man) is in (Fii) the heavens (Es'Samaawaati)

and the earth (Wal' Ar'di); willingly (Tow'åån) and (Wa) unwillingly (Kar'haan), and so do (Wa) their shadows (Zilaalu-hum), in the mornings (Bil' Guduwwi) and before sunsets (Wal' Asoal).

📍Verse/Note-link :

.

ছাজদাহঃ🔖 ১৬:৪৮

أَوَلَمْ يَرَوْا إِلَىٰ مَا خَلَقَ اللَّهُ مِنْ شَيْءٍ يَتَفَيَّأُ ظِلَالُهُ عَنِ الْيَمِينِ وَالشَّمَائِلِ سُجَّدًا لِلَّهِ وَهُمْ دَاخِرُونَ

সিহঁতে আল্লাহে সৃষ্টি কৰা বস্তুৰ প্ৰতি লক্ষ্য নকৰে নেকি, যাৰ ছাঁ সোঁফালে আৰু বাওঁফালে আল্লাহৰ প্ৰতি ছাজদাৱনত হৈ ঢলি পৰে, আৰু সেইবোৰ একান্ত বিনীত?

(Prostrates=yasjudu=يَسْجُدُ=س ج د

Siin-Jiim-Dal

General Root Meaning

ছাজদাহ মানে অনুগত থকা,বশ হোৱা, মূৰ দোওৱা ইত্যাদি।

(lowly, humble, submissive, worship, adore, prostrate, make obeisance, lower/bend oneself down towards the ground).

।।।

সূৰ্য আৰু পৃথিৱীৰ ছিজদাহ হৈছে বস্তুৰ "ছাঁ", তাৰ প্ৰমাণ Solar Clock।।।
////compiled.written.syedraf////

https://versenoteref.blogspot.com/2022/07/solar-clock.html?m=1

Comments

Popular posts from this blog

V/N-14:22(The real Satan is man's own complex of desires(an-nafs)

The majority of people are not believers(12:103).Can all those millions of Muslims be wrong?

Preserving and protecting Quran