Was prophet Ibrahim a Liar?

Was prophet Ibrahim a Liar? 
২১:৬৩
قَالَ بَلْ فَعَلَهُ كَبِيرُهُمْ هَٰذَا فَاسْأَلُوهُمْ إِنْ كَانُوا يَنْطِقُونَ
তেওঁ ক’লে, ‘বৰং ইহঁতৰ এই প্ৰধানজনেই কিজানি এই কাম কৰিছে, এতেকে এইবোৰক সুধি চোৱা, যদি ইহঁতে কথা ক’ব পাৰে’।
.
তথাকথিত কোৰআন অনুবাদৰ তলত টোকাত দিয়া আছে:
✔️এটা হাদীছত ইব্ৰাহীমৰ লগত সম্পৃক্ত তিনিটা মিছা কথা কোৱাৰ বৰ্ণনা আছে, তাৰ ভিতৰত এইটোও এটা।
(See the Bukhari hadith: 
।।।
 🟢প্ৰশ্ন:২১:৬২
قَالُوا أَأَنْتَ فَعَلْتَ هَٰذَا بِآلِهَتِنَا يَا إِبْرَاهِيمُ
সিহঁতে ক’লে, ‘হে ইব্ৰাহীম! তুমিয়ে আমাৰ উপাস্যবোৰৰ সৈতে এই কাম কৰিছা নেকি’?
উত্তৰ:২১:৬৩
قَالَ ⬅️بَلْ فَعَلَهُ كَبِيرُهُمْ هَٰذَا فَاسْأَلُوهُمْ إِنْ كَانُوا يَنْطِقُونَ
তেওঁ ক’লে, ‘বৰং ইহঁতৰ এই প্ৰধানজনেই কিজানি 
এই কাম কৰিছে, এতেকে এইবোৰক সুধি চোৱা, যদি ইহঁতে কথা ক’ব পাৰে’।
ইব্ৰাহীমৰ উত্তৰ:(নিজে প্ৰত্যক্ষ ভাৱে নাই ভঙা বুলি নকৈ কৈছে) বৰং মূৰ্তিৰ প্ৰধানজনেই ভাঙিছে বুলি কৈছে। লগতে ভঙা মূৰ্তিবোৰক সুধিব কৈছে।
21:63:2)
bal(بَلْ)⬅️="Nay/Rather/বৰং, RET – retraction particle.
.
ইব্ৰাহীমে(আ:ছা:) নিজে মূৰ্তি ভঙা বা নভঙাৰ কথা নকৈ ডাঙৰটোৱে ভাঙিছে বুলি কৈ সৰুবোৰক(ভাঙি যোৱাবোৰ) সুধিব কৈছে। দুয়োটা কথাই অবাস্তৱ।
গতিকে ইব্ৰাহীম(আ:ছা:) মিছলিয়া সাব্যস্ত হোৱাৰ প্ৰশ্নই নুঠে।
✔️কাৰণ তেওঁ আছিল সত্যবাদি:
১৯:৪১
وَاذْكُرْ فِي الْكِتَابِ إِبْرَاهِيمَ ۚ إِنَّهُ كَانَ صِدِّيقًا نَبِيًّا
আৰু স্মৰণ কৰা এই কিতাবত ইব্ৰাহীমক, নিশ্চয় তেওঁ আছিল পৰম সত্যবাদী, নবী।
.
কথাবোৰ বুজিবলৈ ২১:৫২ৰ পৰা ৬৩ আয়াতলৈ পঢ়ি বুজি আহিব লাগিব, যিটো মুক্তাবুল চাহাবৰ ৩০৪ নং খণ্ডৰ ভিডিঅ'টোত কৈছে।।
⬇️
কথাটো এনে ধৰণৰ:
২১:৫৫
قَالُوا أَجِئْتَنَا بِالْحَقِّ أَمْ أَنْتَ مِنَ اللَّاعِبِينَ
সিহঁতে ক’লে, ‘তুমি আমাৰ ওচৰত সত্য লৈ আহিছা নেকি, নে তুমি আমাৰ লগত ধেমালি কৰিছা?
২১:৫৬
قَالَ ⬅️بَلْ رَبُّكُمْ رَبُّ السَّمَاوَاتِ وَالْأَرْضِ الَّذِي فَطَرَهُنَّ وَأَنَا عَلَىٰ ذَٰلِكُمْ مِنَ الشَّاهِدِينَ
তেওঁ ক’লে, ‘বৰং⬅️ তোমালোকৰ ৰব সেইজনেই যিজন আকাশসমূহ আৰু পৃথিৱীৰ ৰব, যিয়ে এইবোৰ সৃষ্টি কৰিছে, আৰু এই বিষয়ে মই অন্যতম সাক্ষী’।
।।।
🔴কিন্তু, বুখাৰি, মুছলিমত কোৱা হৈছে:
Both Bukhari and Muslim reported that the Prophet said: lam yakdhib ibrahimu illa thalath kadhabat... Ibrahim never lied except for three lies....
.
তাৰমানে তেওঁলোকে কোৰআন বুজি পঢ়াই নাছিল।
।।।
written compiled syedraf.


Comments

Popular posts from this blog

✔️NO FIVE DAILY PRAYERS IN THE QURAN

Head shaving and Qurbani:

The majority of people are not believers(12:103).Can all those millions of Muslims be wrong?