Importance of ‎'وَ' ‏in ‎"Obey Allah and Obey the Messenger": ‏single entity

Importance of 'وَ' in "Obey Allah and Obey the Messenger": single entity
।।।
"আল্লাহৰ আনুগত্য কৰা ➡️আৰু ৰাছুলৰ আনুগত্য কৰা(أَطِيعُوا اللَّهَ وَ➡️أَطِيعُوا الرَّسُولَ)"
।।।
এনেকুৱা বহুত আয়াত কোৰআনত আছে। আল্লাহে ৱহীৰ মাধ্যমে নিৰ্দেশ, শিক্ষা আৰু নীতি-নিয়ম জাৰি কৰে - আৰু ৰাছুলৰ পৰাই এই শিক্ষাসমূহ মানুহৰ লগত যোগাযোগ কৰা হয় অৰ্থাৎ কোৰআনত "আল্লাহ আৰু ৰাছুল" একক সত্তা।
🔵"আল্লাহ আৰু ৰাছুল" একক সত্তা।
চাওঁকঃ  https://bit.ly/3RTmP6y
।।।
🟢আকৌ"ৱাও"ৰ অৰ্থ"আৰু" নহৈ "অৰ্থাৎ" হৈছে।
চাওঁক: https://bit.ly/3Chu1U0
।।।
Prepared syedraf 

Comments

Popular posts from this blog

✔️NO FIVE DAILY PRAYERS IN THE QURAN

Head shaving and Qurbani:

The majority of people are not believers(12:103).Can all those millions of Muslims be wrong?