40:72-Ap-refs:(Description of Hell)
40:72-Ap-refs:(Description of Hell)
।।।
Ap-refs:55:43-44, 37:68, 56:41-44,
56:51-56, 44:43-50.
(৫৫:৪৩-৪৪
هَٰذِهِ جَهَنَّمُ الَّتِي يُكَذِّبُ بِهَا الْمُجْرِمُونَ
এইখনেই সেই জাহান্নাম, যাক অপৰাধীসকলে অস্বীকাৰ কৰিছিল।
৫৫:৪৪
يَطُوفُونَ بَيْنَهَا وَبَيْنَ حَمِيمٍ آنٍ
সিহঁতে জাহান্নামৰ জুই আৰু উতলা পানীৰ মাজত ঘূৰি থাকিব।
.
৩৭:৬৮
ثُمَّ إِنَّ مَرْجِعَهُمْ لَإِلَى الْجَحِيمِ
তাৰ পিছত সিহঁতৰ প্ৰত্যাৱৰ্তন হ’ব জাহান্নামৰ জুইৰ ফালে।
.
৫৬:৪১-৪২(56:41-44)
وَأَصْحَابُ الشِّمَالِ مَا أَصْحَابُ الشِّمَالِ
আৰু বাওঁফালৰ দল, কিমান যে দুৰ্ভগীয়া বাওঁফালৰ দলটো!
৫৬:৪২
فِي سَمُومٍ وَحَمِيمٍ
সিহঁত থাকিব অত্যন্ত উষ্ণ বায়ু আৰু উত্তপ্ত উতলা পানীত,
.
৫৬:৫৪-৫৫(56:51-56)
فَشَارِبُونَ عَلَيْهِ مِنَ الْحَمِيمِ
তদুপৰি তাৰ ওপৰত পান কৰিবা উত্তপ্ত উতলা পানী---
৫৬:৫৫
فَشَارِبُونَ شُرْبَ الْهِيمِ
তাৰ পিছত তোমালোকে তৃষ্ণাতুৰ উটৰ দৰে সেই পানী পান কৰিবা।
.
৪৪:৪৫-৪৬(44:43-50)
كَالْمُهْلِ يَغْلِي فِي الْبُطُونِ
গলিত তামৰ দৰে, পেটৰ মাজত উতলি থাকিব,
৪৪:৪৬
كَغَلْيِ الْحَمِيمِ
উতলি থকা গৰম পানীৰ দৰে।)
.
Arranged Syedraf
Comments
Post a Comment