তথাকথিত হাদিসৰ মহম্মদ আৰু কোৰআনৰ মহম্মদ একেজন নহয়, বেলেগ বেলেগ!

তথাকথিত হাদিসৰ মহম্মদ আৰু কোৰআনৰ মহম্মদ একেজন নহয়, বেলেগ বেলেগ!
।।।
যিজন আব্দুল্লাৰ পুত্ৰ মহম্মদৰ হাদিস আৰু চুন্নত মানি গোটেই বিশ্বজুৰি ইছলাম পালন কৰি আহিছে সেইজন মহম্মদৰ ওপৰত কিন্তু কোৰআন নাযিল হোৱা নাই। ইয়াৰ প্ৰমাণ হ'ল হাদিসৰ প্ৰায় সকলো কথাই কোৰআনৰ লগত সংঘৰ্ষিত।(ইয়াৰ ওপৰত খণ্ড-৬৪২ৰ পৰা ধাৰাবাকি ভাৱে কৈ অহা হৈছে তাৰে এটা ভিডিঅ'ৰ লিংক দিয়া হ'ল:
তাৰে ৬৯০ খণ্ডটো চাওঁক:
চাওঁক:
⬇️
২১:১০
لَقَدْ أَنْزَلْنَا إِلَيْكُمْ كِتَابًا فِيهِ ذِكْرُكُمْ ۖ أَفَلَا تَعْقِلُونَ
অৱশ্যে আমি তোমালোকৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছো য’ত আছে তোমালোকৰ বিষয়েই আলোচনা, তথাপিও তোমালোকে নুবুজিবানে?
.
২২:৩০
ذَٰلِكَ وَمَنْ يُعَظِّمْ حُرُمَاتِ اللَّهِ فَهُوَ خَيْرٌ لَهُ عِنْدَ رَبِّهِ ۗ وَأُحِلَّتْ لَكُمُ الْأَنْعَامُ إِلَّا مَا يُتْلَىٰ عَلَيْكُمْ ۖ فَاجْتَنِبُوا الرِّجْسَ مِنَ الْأَوْثَانِ وَاجْتَنِبُوا قَوْلَ الزُّورِ
এইটোৱে বিধান আৰু যিয়ে আল্লাহৰ সন্মানিত বিধানাৱলীৰ প্ৰতি সন্মান কৰিব তেন্তে তাৰ প্ৰতিপালকৰ ওচৰত তাৰ বাবে এইটোৱে উত্তম। তোমালোকৰ বাবে চতুষ্পদ জন্তু হালাল কৰা হৈছে কিন্তু সেইবোৰৰ বাহিৰে যিবোৰৰ বিষয়ে তোমালোকক তিলাৱত কৰি (নিষিদ্ধ বুলি) জনোৱা হৈছে। সেয়ে তোমালোকে মূৰ্তিপূজাৰ অপৱিত্ৰতাৰ পৰা বাছি থাকা আৰু মিছা কথা বৰ্জন কৰা।
.
syedraf

Comments

Popular posts from this blog

V/N-14:22(The real Satan is man's own complex of desires(an-nafs)

The majority of people are not believers(12:103).Can all those millions of Muslims be wrong?

Preserving and protecting Quran