What is the Benchmark of Mu’min
What is the Benchmark of Mu’min (the Believers)? "মুমিন"ৰ(the believers) মাপ-কাঠি(benchmark) কি? ।।। মুমিন বা আল্লাহৰ বিশ্বাসী হবলৈ ১০টা গুণৰ অধিকাৰী হ'ব লাগিব। কিন্তু, যদি মানুহৰ এই গুণবোৰৰ কোনোটোৱেই নাথাকে (বা ইয়াৰে এটা বা ততোধিক গুণৰ অভাৱত থাকে) আৰু সেইবোৰ আহৰণ কৰাৰ কোনো ইচ্ছা নাই, তেন্তে তেওঁ হয়তো বহুতো বস্তু হ’ব পাৰে কিন্তু সত্যত বিশ্বাসী এজন সেইবোৰৰ ভিতৰত নেথাকিব। ইয়াৰ বিপৰীত মেৰুত থাকিও নিজকে মুমিন কোৱা সকলৰ বাবে ১০৯ নং ছুৰালৈ আঙুলিয়াই দিয়ে(ইয়াত থকা দ্বীনৰ বিষয়ে চাওঁক: https://muktabulraf.blogspot.com/2022/10/blog-post.html?m=1 ) ।। ।।ৰফ।। ।।। ৮:২ إِنَّمَا الْمُؤْمِنُونَ الَّذِينَ إِذَا ذُكِرَ اللَّهُ وَجِلَتْ قُلُوبُهُمْ وَإِذَا تُلِيَتْ عَلَيْهِمْ آيَاتُهُ زَادَتْهُمْ إِيمَانًا وَعَلَىٰ رَبِّهِمْ يَتَوَكَّلُونَ প্ৰকৃত মুমিন সিহঁতেই যিসকলৰ হৃদয় আল্লাহক স্মৰণ কৰা হ’লে কম্পিত হয় আৰু তেওঁৰ আয়াতসমূহ সিহঁতৰ ওচৰত তিলাৱত কৰা হ’লে সেয়া সিহঁতৰ ঈমান বৃদ্ধি কৰে, আৰু সিহঁতে কেৱল নিজ প্ৰতিপালকৰ ওপৰতেই ভৰসা কৰে। ।।। Qur’anic definition: (al) mu’minūn (sg.: mu’min) (ḥaqq...