THE MESSENGER IS THE QURAN

কোৰআনত ৰাছুল(Messenger) বুলিলে কেৱল নবীসকলকেই বুজায়(লগতে ফিৰিস্তা)। কাৰণ আল্লাহৰ বাণীবোৰ আমাৰ ওচৰলৈ পঠাই দিবৰ বাবে নবীসকলক ব্যৱহাৰ কৰিছিল। অৰ্থাৎ যিকোনো বাৰ্তাবাহকক "ৰছুল" বোলা হয়। এই কথাটোৱেই তলৰ(১২:৫০) ৰছুল শব্দত প্ৰকাশ পাইছে। 
➡️ইয়াৰ অতি সুন্দৰ ব্যাখ্যা এই খণ্ডৰ(২২৩) প্ৰথমেই মুক্তাবুল চাহাবে বৰ্ণনা কৰিছে।
এই ব্যাখ্যাৰ লগত যদি একাত্মক হ'ব পাৰিছে তেন্তে ৰছুলৰ অৰ্থৰ আন এটা দিশ আমি ইয়াত উন্মোচন কৰিছো, সেয়া হৈছে "কোৰআন নিজেই ৰছুল"।
কেনেকৈ?
লিংকত চাওঁক।।

১২:৫০
وَقَالَ الْمَلِكُ ائْتُونِي بِهِ ۖ فَلَمَّا جَاءَهُ ⬅️الرَّسُولُ قَالَ ارْجِعْ إِلَىٰ رَبِّكَ فَاسْأَلْهُ مَا بَالُ النِّسْوَةِ اللَّاتِي قَطَّعْنَ أَيْدِيَهُنَّ ۚ إِنَّ رَبِّي بِكَيْدِهِنَّ عَلِيمٌ
আৰু ৰজাই ক’লে, ‘তোমালোকে ইউছুফক মোৰ ওচৰলৈ লৈ আহা’। তাৰ পিছত যেতিয়া (ৰজাৰ) দূত তেওঁৰ ওচৰত উপস্থিত হ’ল তেতিয়া তেওঁ ক’লে, ‘তুমি তোমাৰ মনিবৰ ওচৰত উভতি যোৱা আৰু তেওঁক সোধাগৈ, যি নাৰীসকলে নিজৰে হাত কাটি পেলাইছিল সিহঁতৰ অৱস্থা কি! নিশ্চয় মোৰ প্ৰতিপালক সিহঁতৰ ছলনা সম্পৰ্কে সম্যক অৱগত’।
⬇️
We know that the word Messenger used in Quran for Human Messerngers, angel Messenger.  But seldom we know that Quran itself is addressed as Messenger. Here are some examples -
VERSES WHERE THE MESSENGER IS THE QURAN -See Link:
....ৰফিক....


Comments

Popular posts from this blog

The majority of people are not believers(12:103).Can all those millions of Muslims be wrong?

Head shaving and Qurbani:

So-called Hadith and Sunna: Satanic Innovations and Today's Muslims(AQS-607)