Jonah(Yūnus) is referred to by the expression Sahib ul-Hut, that is, The Companion of the Fish

Jonah(Yūnus) is referred to by the expression Sahib ul-Hut, that is, The Companion of the Fish
.
🐬✔️২১:৮৭
وَذَا النُّونِ إِذْ ذَهَبَ مُغَاضِبًا فَظَنَّ أَنْ لَنْ نَقْدِرَ عَلَيْهِ فَنَادَىٰ فِي الظُّلُمَاتِ أَنْ لَا إِلَٰهَ إِلَّا أَنْتَ سُبْحَانَكَ إِنِّي كُنْتُ مِنَ الظَّالِمِينَ
আৰু স্মৰণ কৰা জুন-নুনক, যেতিয়া তেওঁ ক্ৰোধান্বিত হৈ গুচি গৈছিল আৰু ধাৰণা কৰিছিল যে, আমি তেওঁক নধৰিম। তাৰ পিছত তেওঁ অন্ধকাৰৰ পৰা আহ্বান কৰি কৈছিল যে, ‘তোমাৰ বাহিৰে আন কোনো সত্য ইলাহ নাই, তুমি পৱিত্ৰ মহান, নিশ্চয় মই অন্যায় কৰিছিলো’।
Note: Yunus' (Jonah) name occurs in the Quran four times as Jonah. However, in the chapter that starts with the letter N , Jonah is referred to by the expression Sahib ul-Hut, that is, The Companion of the Fish (68:48-see bottom).
.
🐬✔️৩৭:১৩৯-১৪৮
وَإِنَّ يُونُسَ لَمِنَ الْمُرْسَلِينَ
আৰু নিশ্চয় ইউনুছো আছিল ৰাছুলসকলৰ অন্তৰ্ভুক্ত।
৩৭:১৪০
إِذْ أَبَقَ إِلَى الْفُلْكِ الْمَشْحُونِ
স্মৰণ কৰা, যেতিয়া তেওঁ বোজাই নৌযানৰ পিনে পলাই গ’ল,
৩৭:১৪১
فَسَاهَمَ فَكَانَ مِنَ الْمُدْحَضِينَ
তাৰ পিছত তেওঁ লটাৰিত যোগদান কৰিলে আৰু তাত তেওঁ পৰাভূতসকলৰ অন্তৰ্ভুক্ত হ’ল।
৩৭:১৪২
فَالْتَقَمَهُ الْحُوتُ وَهُوَ مُلِيمٌ
তাৰ পিছত এটা ডাঙৰ মাছে তেওঁক গিলি পেলালে, আৰু তেওঁ নিজকে ধিক্কাৰ দি আছিল।
৩৭:১৪৩
فَلَوْلَا أَنَّهُ كَانَ مِنَ الْمُسَبِّحِينَ
আৰু তেওঁ যদি আল্লাহৰ পৱিত্ৰতা আৰু মহিমা ঘোষণাকাৰীসকলৰ অন্তৰ্ভুক্ত নহ’লহেঁতেন,
৩৭:১৪৪
لَلَبِثَ فِي بَطْنِهِ إِلَىٰ يَوْمِ يُبْعَثُونَ
তেন্তে তেওঁ পুনৰুত্থানৰ দিৱসলৈকে মাছৰ পেটতেই থাকিলহেঁতেন।
৩৭:১৪৫
۞ فَنَبَذْنَاهُ بِالْعَرَاءِ وَهُوَ سَقِيمٌ
অৱশেষত তেওঁক আমি নিক্ষেপ কৰিলো এটা তৃণহীন অঞ্চলত, আৰু তেওঁ আছিল অসুস্থ।
৩৭:১৪৬
وَأَنْبَتْنَا عَلَيْهِ شَجَرَةً مِنْ يَقْطِينٍ
আৰু আমি তাৰ ওপৰত ইয়াকতীন প্ৰজাতিৰ এজোপা গছ গজাই তুলিলো,
৩৭:১৪৭
وَأَرْسَلْنَاهُ إِلَىٰ مِائَةِ أَلْفٍ أَوْ يَزِيدُونَ
আৰু তেওঁক আমি এক লাখ বা তাতোকৈ বেছি লোকৰ ওচৰত প্ৰেৰণ কৰিলো।
৩৭:১৪৮
فَآمَنُوا فَمَتَّعْنَاهُمْ إِلَىٰ حِينٍ
এতেকে তেওঁলোকে ঈমান আনিছিল, ফলত আমি তেওঁলোকক কিছু কালৰ বাবে জীৱনোপভোগ কৰিবলৈ দিলো।
.
🐬✔️৬৮:৪৮-৫০
فَاصْبِرْ لِحُكْمِ رَبِّكَ وَلَا تَكُنْ كَصَاحِبِ الْحُوتِ إِذْ نَادَىٰ وَهُوَ مَكْظُومٌ
এতেকে তুমি তোমাৰ প্ৰতিপালকৰ আদেশৰ অপেক্ষাত ধৈৰ্য ধাৰণ কৰা, আৰু তুমি মাছৰ গৰাকীৰ দৰে নহ’বা, যেতিয়া তেওঁ বিষাদ আচ্ছন্ন অৱস্থাত আহ্বান কৰিছিল।
৬৮:৪৯
لَوْلَا أَنْ تَدَارَكَهُ نِعْمَةٌ مِنْ رَبِّهِ لَنُبِذَ بِالْعَرَاءِ وَهُوَ مَذْمُومٌ
যদি তেওঁৰ প্ৰতিপালকৰ অনুগ্ৰহ তেওঁৰ ওচৰত আহি নাপালেহেঁতেন, তেন্তে তেওঁ লাঞ্ছিত অৱস্থাত উন্মুক্ত প্ৰান্তৰত নিক্ষিপ্ত হ’লেহেঁতেন।
৬৮:৫০
فَاجْتَبَاهُ رَبُّهُ فَجَعَلَهُ مِنَ الصَّالِحِينَ
তাৰ পিছত তেওঁৰ প্ৰতিপালকে তেওঁক মনোনীত কৰিলে আৰু তেওঁক সৎকৰ্মপৰায়ণসকলৰ অন্তৰ্ভূক্ত কৰিলে।
.
compiled syedraf 

Comments

Popular posts from this blog

✔️NO FIVE DAILY PRAYERS IN THE QURAN

Head shaving and Qurbani:

The majority of people are not believers(12:103).Can all those millions of Muslims be wrong?