Posts

Showing posts from September, 2023

Sun and moon letters:(using pronunciation)

Image
Sun and moon letters:(using pronunciation) In Arabic and Maltese, the consonants are divided into two groups, called the sun letters or solar letters (Arabic: حروف شمسية ḥurūf shamsiyyah, Maltese: konsonanti xemxin) and moon letters or lunar letters (Arabic: حروف قمرية ḥurūf qamariyyah, Maltese: konsonanti qamrin), based on whether they assimilate the letter lām (ﻝ l) of a preceding Arabic definite article al- (الـ), which is an important general rule used in Arabic grammar. ✔️Phonetically, sun letters are ones pronounced as coronal consonants, and moon letters are ones pronounced as other consonants.

2:124 refs: app(Millat Ibrahim, Muhammad to follow the practices of prophet Abraham -16:123)

2:124 refs: app(Millat Ibrahim, Muhammad to follow the practices of prophet Abraham -16:123) . ২:১২৪ ۞ وَإِذِ ابْتَلَىٰ إِبْرَاهِيمَ رَبُّهُ بِكَلِمَاتٍ فَأَتَمَّهُنَّ ۖ قَالَ إِنِّي جَاعِلُكَ لِلنَّاسِ إِمَامًا ۖ قَالَ وَمِنْ ذُرِّيَّتِي ۖ قَالَ لَا يَنَالُ عَهْدِي الظَّالِمِينَ আৰু স্মৰণ কৰা, যেতিয়া ইব্ৰাহীমক তেওঁৰ প্ৰতিপালকে কেইটামান বাণীৰ দ্বাৰা পৰীক্ষা কৰিছিল, আৰু তেওঁ সেয়া পূৰ্ণ কৰিছিল। আল্লাহে ক’লে, ‘নিশ্চয় মই তোমাক মানৱ জাতিৰ ইমাম বনাম’। তেওঁ ক’লে, ‘আৰু মোৰ বংশধৰসকলৰ পৰাও? আল্লাহে ক’লে, ‘মোৰ এই প্ৰতিশ্ৰুতিয়ে যালিমসকলক অন্তৰ্ভুক্ত নকৰে’। .🕳️🕳️🕳️🕳️🕳️🕳️🕳️🕳️🕳️🕳️🕳️🕳️🕳️🕳️🕳️. ৫৩:৩৬-৩৭✅(কোৰআনত নিৰ্ধাৰণ কৰা মানদণ্ড একেই যিটো বিভিন্ন নবীৰ জৰিয়তে মানৱ জাতিৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছিল, অৰ্থাৎ আগৰ কিতাপৰ(ahle kitab) ৱহীবোৰ কোৰআনত আহি গৈছে-Pl see the imp note/link on Ahle Kitab) . ৫৩:৩৭ وَإِبْرَاهِيمَ الَّذِي وَفَّىٰ আৰু ইব্ৰাহীমৰ ছহীফাত, যিজনে পূৰ্ণ কৰিছিল (তেওঁৰ অঙ্গীকাৰ)? Pl find verse and notes 53:36-37 in the link: https://aqspart2.blogspot.com/2023/03/part-5265333-42al-najm...

আল্লাহৰ অনুমতি(إِذْنِ اللَّهِ): ‏অৰ্থাৎ আল্লাহৰ আইন-কানুন:

আল্লাহৰ অনুমতি(إِذْنِ اللَّهِ): অৰ্থাৎ আল্লাহৰ আইন-কানুন: (আল্লাহৰ অনুমতিবিহীন কাৰো পক্ষে ঈমান পোষণ কৰা সম্ভৱ নহয়) ।।। ৩:১৪৫ وَمَا كَانَ لِنَفْسٍ أَنْ تَمُوتَ إِلَّا ⬅️بِإِذْنِ اللَّهِ كِتَابًا مُؤَجَّلًا ۗ وَمَنْ يُرِدْ ثَوَابَ الدُّنْيَا نُؤْتِهِ مِنْهَا وَمَنْ يُرِدْ ثَوَابَ الْآخِرَةِ نُؤْتِهِ مِنْهَا ۚ وَسَنَجْزِي الشَّاكِرِينَ আল্লাহৰ অনুমতিবিহীন কাৰো মৃত্যু হ’ব নোৱাৰে, যিহেতু এয়া সুনিৰ্দিষ্টভাৱে লিখিত আছে। যিয়ে পাৰ্থিৱ পুৰস্কাৰ বিচাৰে আমি তাক ইয়াৰ পৰা প্ৰদান কৰোঁ আৰু যিয়ে আখিৰাতৰ পুৰস্কাৰ বিচাৰে আমি তাক তাৰে পৰা প্ৰদান কৰোঁ আৰু অনতিপলমে আমি কৃতজ্ঞসকলক পুৰস্কৃত কৰিম। . ৪:৬৪ وَمَا أَرْسَلْنَا مِنْ رَسُولٍ إِلَّا لِيُطَاعَ ⬅️بِإِذْنِ اللَّهِ ۚ وَلَوْ أَنَّهُمْ إِذْ ظَلَمُوا أَنْفُسَهُمْ جَاءُوكَ فَاسْتَغْفَرُوا اللَّهَ وَاسْتَغْفَرَ لَهُمُ الرَّسُولُ لَوَجَدُوا اللَّهَ تَوَّابًا رَحِيمًا আৰু আমি যিকোনো ৰাছুল প্ৰেৰণ কৰিছো সেয়া কেৱল এইবাবে যে, যাতে আল্লাহৰ অনুমতিক্ৰমে তেওঁলোকৰ আনুগত্য কৰা হয়, যেতিয়া সিহঁতে নিজৰ প্ৰতি অন্যায় কৰে তেতিয়া সিহঁতে তোমাৰ ওচৰত আহিলে আৰু আল্লাহৰ ওচৰত ক্ষমা প্...

Misinterpretation 2:151(The word al-hikmah (Wisdom)

The word al-hikmah (Wisdom) in the Quran 2:151 Due to the fact that the Quran does not contain any mention of the words 'sunna of Muhammad', the followers of the hadith and sunna found it necessary to manipulate the meaning of some Quranic words so as to create a Quranic reference to the hadith and sunna. The word on which they base their claim is "al-hikmah" as found in a number of verses, such as: We also sent you a messenger from amongst you to recite Our revelations to you and to purify you, and to teach you 'al-kitab' (the Book/Scripture) and 'al-hikmah' (the wisdom), and to teach you what you knew not. 2:151 And remember God's blessings upon you, and what He has brought down upon you of the 'kitab' (Book/Scripture) and 'al-hikmah' (the wisdom) by which 'bihi' He advises you. 2:231 The word "al-kitab" means the Book, in this case it is the Quran. The word "al-hikmah" means 'the wisdom'. This ...

🕋Complete Arabic Grammar arranged by syedraf:(Work is in progress)

1️⃣-🕋 Arabic Grammar arranged by syedraf: (See same another link:  https://rb.gy/hxhxo ) ____________________________________________ There are 29 alfabets in Arabic, not 28. All are ✔️Consonants except Alif(ا), it has no speech sound. ____________________________________________ When you say Alif(ا), it is not Alif but Hamza. ____________________________________________ (Hamza ء ) أ ؤ ئ Hamza Chair is Alif=(أ ) Hamza Hamza Chair is Waw=(ؤ) Hamza Hamza Chair is Yaa=(ئ) Hamza Sometimes Hamza is Strong, So no need of any Chair. ____________________________________________ Continue In Sha Allah...06.09.2023 ____________________________________________ 2️⃣-🕋Arabic Grammar arranged by syedraf: ____________________________________________ In English, there are ✔️8 Part of Speech: Noun, Pronoun, Verb, Adverb, Adjective, Preposition, Conjunction and Interrogative. BUT, In Arabic there are Only ✔️3 Part of Speech: NOUNS🔺("Ism" اسم), VERBS ("Fiʻl" ف...

তথাকথিত হাদিসৰ মহম্মদ আৰু কোৰআনৰ মহম্মদ একেজন নহয়, বেলেগ বেলেগ!

তথাকথিত হাদিসৰ মহম্মদ আৰু কোৰআনৰ মহম্মদ একেজন নহয়, বেলেগ বেলেগ! ।।। যিজন আব্দুল্লাৰ পুত্ৰ মহম্মদৰ হাদিস আৰু চুন্নত মানি গোটেই বিশ্বজুৰি ইছলাম পালন কৰি আহিছে সেইজন মহম্মদৰ ওপৰত কিন্তু কোৰআন নাযিল হোৱা নাই। ইয়াৰ প্ৰমাণ হ'ল হাদিসৰ প্ৰায় সকলো কথাই কোৰআনৰ লগত সংঘৰ্ষিত।(ইয়াৰ ওপৰত খণ্ড-৬৪২ৰ পৰা ধাৰাবাকি ভাৱে কৈ অহা হৈছে তাৰে এটা ভিডিঅ'ৰ লিংক দিয়া হ'ল: তাৰে ৬৯০ খণ্ডটো চাওঁক: https://youtu.be/QuZB0DqJT7o?si=dLdwY7ZumEilH3F_ চাওঁক: ⬇️ https://youtu.be/p8ZhEY2l2g0?si=VYyT5ayPa6EfxFnE ২১:১০ لَقَدْ أَنْزَلْنَا إِلَيْكُمْ كِتَابًا فِيهِ ذِكْرُكُمْ ۖ أَفَلَا تَعْقِلُونَ অৱশ্যে আমি তোমালোকৰ প্ৰতি কিতাব অৱতীৰ্ণ কৰিছো য’ত আছে তোমালোকৰ বিষয়েই আলোচনা, তথাপিও তোমালোকে নুবুজিবানে? . ২২:৩০ ذَٰلِكَ وَمَنْ يُعَظِّمْ حُرُمَاتِ اللَّهِ فَهُوَ خَيْرٌ لَهُ عِنْدَ رَبِّهِ ۗ وَأُحِلَّتْ لَكُمُ الْأَنْعَامُ إِلَّا مَا يُتْلَىٰ عَلَيْكُمْ ۖ فَاجْتَنِبُوا الرِّجْسَ مِنَ الْأَوْثَانِ وَاجْتَنِبُوا قَوْلَ الزُّورِ এইটোৱে বিধান আৰু যিয়ে আল্লাহৰ সন্মানিত বিধানাৱলীৰ প্ৰতি সন্মান কৰিব তেন্তে তাৰ প্ৰতিপালকৰ ও...