৩৫:১-ফিৰিস্তাসকল
৩৫:১-ফিৰিস্তাসকল ৩৫:১ الْحَمْدُ لِلَّهِ فَاطِرِ السَّمَاوَاتِ وَالْأَرْضِ جَاعِلِ الْمَلَائِكَةِ رُسُلًا أُولِي أَجْنِحَةٍ مَثْنَىٰ وَثُلَاثَ وَرُبَاعَ ۚ يَزِيدُ فِي الْخَلْقِ مَا يَشَاءُ ۚ إِنَّ اللَّهَ عَلَىٰ كُلِّ شَيْءٍ قَدِيرٌ সকলো ধৰণৰ প্ৰশংসা কেৱল আকাশসমূহ আৰু পৃথিৱীৰ সৃষ্টিকৰ্তা আল্লাহৰ বাবেই, যিজনে ফিৰিস্তাসকলক(مَلَائِكَةِ) বাণীবাহকৰূপে(رُسُلًا)* নিযুক্তি দিয়ে, তেওঁলোক (ফিৰিস্তাসকল) দুখন দুখন, তিনিখন তিনিখন আৰু চাৰিখন চাৰিখন ডেউকা বিশিষ্ট। তেৱেঁই সৃষ্টিৰ মাজত যি ইচ্ছা বৃদ্ধি কৰে। নিশ্চয় আল্লাহ সকলো বস্তুৰ ওপৰত ক্ষমতাৱান। ।।। 35:1 Praise be to God, Initiator of the heavens and the earth; maker of the controllers as messengers with powers/dimensions in twos, and threes, and fours. He increases in the creation as He wishes. God is able to do all things. Note: Malaika (singular: Malak) are powers or controllers employed by God to carry out God's specific commands and control the physical universe according to God's. Controllers (malaika) are contrasted with the Perverse (...